কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনাজৰীৰেAdverb
জৰি নোহোবাকৈ।
- অনাটন হo.na.ton hoVerb-Intran.
যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা
to become less in numbers or quantity than what is needed or required
- অনাতপVerbal Adj.
চাৰিওফালৰ পৰা ঢাকি বা বেৰি ধৰা (আন্ধাৰ)
closed on all sides (darkness)
- অনাথাVerbal Adj.
যি নিজৰ ঘৰ হেৰুৱাইছে, অৰ্থাত্ প্ৰাকৃতিক দুৰ্যোগ বা অন্য কাৰণত যাৰ ঘৰ ধ্বংস হৈছে ৷
one who has lost his home, i.e. home has been destroyed due to natural calamity or other reasons
- অনাদৃতo.na.dri.toVerbal Adj.
যাক অনাদৰ বা অৱহেলা কৰা হয়
one, who or which is not paid attention
- অনাদৰ কৰ্o.na.dor korVerb-Trans.
Fail to care for or not paying any attention
- অনাদৰেo.na.do.reAdverb
অৱহেলা বা অনাদৰ কৰি; কোনো গুৰুত্ব নিদিয়াকৈ।
with neglect or showing no proper care or concern.
- অনানিয়াo.na.ni.yaAbstract Noun
দুই বা ততোধিক গোটৰ মাজত হোৱা টকা-পইচাৰ আদান-প্ৰদান (ব্যৱসায়িক অৰ্থত)৷
The act of transacting within or between groups (as carrying on commercial activities).
- অনানিয়া কৰ্o.na.ni.ya korVerb-Trans.
to bring tro and fro between two places
- অনানুষ্ঠানিকভাৱেo.na.nus.tha.nik.bha.beAdverb
কোনো আনুষ্ঠানিক নিয়ম-নীতি অনুসৰণ নকৰাকৈ
not in a formal manner
- অনাবাবেanābābeAdverb
অবাবত; অনাহকত; বিনাকাৰণএ
without cause
- অনাবাৱেo.na.ba.weAdverb
বতাহ নবলাকৈ বা বতাহৰ প্ৰভাৱ নোহোৱাকৈ
without the influence of blowing wind
- অনাবৃত কৰ্o.na.bri.to korVerb-Trans.
কোনো বস্তুৰ আৱৰণ আঁতৰাই দে৷
to make visible or apparent, to remove cover
- অনাভৃতVerbal Adj.
(ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা(খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া
[a] free of obstructions to sight, movement, or internal arrangement[b]set so as to permit passage through the opening it can be used to close.
- অনাহকতo.na.ho.kotAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অনাহকতেo.na.ho.ko.teAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অনাহাৰেo.na.ha.reAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- অনায়াসo.nayaxVerbal Noun
অলপ যত্ন বা বিনা পৰিশ্ৰম ৷
The quality of requiring little effort or apparently no effort.
- অনায়াসেanāẏāseAdverb
অলপ চেষ্টাতে; সুকলমে; সুগমে
easily
- অনাৰতেanārateAdverb
অনবৰত; সদায়
always