কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খলিফাkho.li.phaCommon Noun
মহম্মদৰ উত্তৰাধিকাৰী শাসকসকলে একালত ব্যৱহাৰ কৰা উপাধি; মুখ্য ধৰ্মীয় শাসক |
The civil and religious leader of a Muslim state considered to be a representative of Allah on earth.
- খলিহনাkhalihanāNoun
প্ৰায় কাবৈ মাছৰ সদৱশ কিন্ত্ত তাতকৈ কিছু সৰু, চঁছ আৰু চেপেটা গাৰে এবিধ ঘোদা বন্ধ পানীত থকা মাছ [গাৰ দুই ফালে পথালি ৰঙা আঁচ থাকে।]
a kind of small muddy-water fish; Trichogaster fasciatus
- খলিহাkhalihāNoun
প্ৰায় কাবৈ মাছৰ সদৱশ কিন্ত্ত তাতকৈ কিছু সৰু, চঁছ আৰু চেপেটা গাৰে এবিধ ঘোদা বন্ধ পানীত থকা মাছ [গাৰ দুই ফালে পথালি ৰঙা আঁচ থাকে।]
a kind of small muddy-water fish; Trichogaster fasciatus
- খলিহা-যখkhalihā-yakhaNoun
বিকৱত আকাৰৰ মানুহ [প্ৰবাদ আছে যে খলিহনা মাছ (সি প্ৰায় বৰশীত নোখোটে) বৰশীত উঠিলে তাৰ লগতে এটা যখো উঠি বৰশী বোবা মানুহটোৰ গাত লম্ভে; পাছে সেই যখৰ পীড়াত মানুহটো শুকাই-খীণাই বিকৱত আকাৰ ধৰে।]
an ugly emaciated person
- খলিহৈkhalihaiNoun
তেল পেৰি লৈ এৰা বা তেল পেৰা সৰিয়হৰ শুকান সিটা
oilcake; mustard cake
- খলুবাkhalubāNoun
টুটকীয়া; টেঙৰ; ধূৰ্ত্ত
cunning
- খলুৱাkho.luwaProper Adj.
আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
one who befools others by using dishonest trick.
- খল্ খল্khal, khalNoun
পানীৰ খল্খলনি বা ডাঙৰ হাঁহিৰপৰা হোবা শব্দ
an imitative word used to express the sound made by agitated water or loud laughter
- খল্তি-ধোবাkhalti-dhobāNoun
অতি দৰিদ্ৰ; হাত-উদি
extemely poor; devoid of any means
- খল্মলkhalmalaNoun
খল্খল; বেগেৰে জোকাৰ খোবা পানীৰ শব্দ; সেই নিচিনা আন শব্দ
the sound of agitated water or a similar sound
- খসMaterial Noun
ছাল বা শৰীৰৰ ভিতৰৰ কোনো আৱৰণত হোৱা ঘা, য’ত কলা নষ্ট হয় আৰু পূঁজ জমা হয়|
a sore on the skin or a mucous membrane, accompanied by the disintegration of tissue, the formation of pus, etc.
- খহটা-ডিমৰুkhahaṭā-ḍimaruNoun
সৰু গছ আৰু গুটিৰে এজাতি ডিমৰু
a variety of fig; flcus hispida
- খহনীয়াkhahanīẏāNoun
খহি পৰা বা তললৈ এৰাই পৰা কাৰ্য্য
the act of falling off
- খহুkhahuNoun
গাৰ ছালত টেমুনা বান্ধি উঠা ৰোগ; ফোঁহা; ফোঁহোৰা; গাঁৰ
the itch; a boil; a pustule
- খহুৱাভেকুলীkho.hu.wa.bhe.ku.liCommon Noun
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।
Any of numerous anuran amphibians (esp. family Bufonidae) that are distinguished from the related frogs by being more terrestrial in habit though returning to water to lay their eggs, by having a build that is squatter and shorter with weaker and shorter hind limbs, and by having skin that is rough, dry, and warty rather than smooth and moist.
- খহ্মহ্khahmahNoun
খহুলা বা খহটা বস্ত্ত মোহাৰিলে বা মচিলে হোবা শব্দ
an imiatative word used to express the sound produced by rubbing a rough thing
- খা-খবৰkhā-khabaraNoun
খবৰ-বাতৰি; বা-বাতৰি
news
- খা-খৰচkha-kho.rosAbstract Noun
কোনো কাৰ্য্য সম্পন্ন কৰাৰ বাবে বা কোনো সেৱা লাভৰ বাবে ব্যৱহাৰ কৰা ধন
money spent to perform work and obtain a service
- খা-মাটিkhā-māṭiNoun
এবিধ কুমাৰ মাটি [তাৰে গৰ্ভবতী তিৰোতাই খাবলৈ শিকৰ পোৰে।]
a kind of clay from which baked cakes are prepared for chewing
- খাঁ চাহেব, খাঁ বাহাদুৰkhām̐, cāheba, khām̐, bāhāduraNoun
ইংৰাজ গবৰ্ণমেণ্টে সম্ভ্ৰান্ত মুছলমান লোকক দিয়া উপাধি-বিশেষ।