কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এছবেষ্টছNoun
এছবেষ্টছ
এছবেষ্টছ
- এছম্বলিechambaliNoun
বিধান-সভা; সভা
assembly
- এছাটিe.sa.tiAbstract Noun
কম গতিৰ সঞ্চালিত বতাহ৷ যেনেঃএছাটি বতাহে তেওঁৰ জাপিটো উৰুৱাই নিলে৷বতাহ এছাটি মৰা/অহা হ’লে!
a breath of i.e. a slight movement of air/wind.
- এছালি-এমালিechāli-emāliNoun
দুষ্টালি; উৎপাত
wickedness; mischievous acts
- এছাৰe.sarAbstract Noun
হঠাতে জোৰেৰে হোৱা এক লৰচৰ।
A movement with a sudden, hard blow.
- এছাৰকণিechārakaṇiNoun
আছাৰকণি।
- এছাৰিechāriNoun
আছাৰি; সৰু দীঘলীয়া মাৰি; কাৰোবা মাৰি; চেকনি
a switch; a whip
- এছাৰেকণিechārekaṇiNoun
আছাৰকণি।
- এছিটিলিনechiṭilinaNoun
এবিধ বাষ্পীয় পদাৰ্থ
acetylene
- এছিডechiḍaNoun
অম্ল
acid
- এছিয়াe.si.yaProper Noun
পৃথিৱীৰ সাতখন মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰখন
The largest of the seven continents of the earth.
- এছেৰাecherāNoun
বনৰীয়া জন্ত্ত ধৰিবৰ কাৰণে বাটতে পতা এবিধ চিপ- জৰীৰ ফান্দ
a kind of trap catching wild animals
- এজলাচej.lasMaterial Noun
an assembly including one or more judges to conduct judicial business
- এজাতe.jatAbstract Noun
নতুন ৰূপ, স্বভাৱ বা প্ৰকৃতি, যিটো আগতকৈ বেলেগ, যেনেঃ আজি শেনৰ এজাত
changed form, character or temperament
- এজাহাৰejāhāraNoun
চুৰি হোবা মাল আদিৰ বিষয়ে থানাত লিখি দিয়া কাকত; বক্তব্য
an information; a declaration; a deposition
- এজাৰe.jarCommon Noun
এবিধ উদ্ভিদ, বসন্ত কালত ফুলে, ফুলবোৰৰ ৰঙ বেঙুনীয়া৷
A large tree having sinewy, fluted stems and branches with a mottled appearance that arises from having bark that sheds throughout the year. The leaves are opposite, simple, with entire margins, and vary from 5-20 cm (2-8 in). While all species are woody in nature, they can range in height from over 100 feet to under one foot.Flowers are borne in summer and autumn. Colours vary from deep purple to red to white, with almost every shade in between. The fruit is a capsule, green and succulent at first, then ripening to dark brown or black dryness. The timber of some species has been used to manufacture bridges, furniture and railway sleepers.
- এজিঅ’ট্ৰ’পNoun
এজিঅ’ট্ৰ’প
এজিঅ’ট্ৰ’প
- এজিমাথেল কোৱান্টাম সংখ্যাNoun
এজিমাথেল কোৱান্টাম সংখ্যা
এজিমাথেল কোৱান্টাম সংখ্যা
- এজুঁটিAbstract Noun
তাঁতশালত এবাৰ বহি ব'ব পৰা কাপোৰৰ জোখ বা এবাৰ তাঁত-বাতি কৰি লগোৱা কাপোৰৰ মুঠ
one stretch of women cloth
- এজেঞ্চিejeñciNoun
কোন ডাঙৰ সংস্হাৰ অধীনত থকা সৰু সংস্হা।