কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হেটheṭaAdjective
তল; অধ; নিম্ন
below
- হেটা-মূৰীয়াhe.ta.mu.ri.yaProper Adj.
এফালে বেঁকা হৈ থকা বা চেপেটা মূৰ যুক্ত৷
having an ill-shaped head slightly bent on one side.
- হেঠheṭhaAdjective
তল; অধ; নিম্ন
below
- হেড্Proper Adj.
আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ
The most important one
- হেতা-মেচাhetā-mecāAdjective
হেতাৰ নিচিনা ভাঁজ থকা; বেঁকা-বেঁকি
having bends; crooked
- হেতামেচাProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- হেত্বৰ্থকhe.tbor.thokProper Adj.
relating/pertaining to causes of an event or phenomena.
- হেদাংhe.dangProper Adj.
ৰখীয়া অথবা বান্ধত নথকা (গৰু, মহ আদি)।
Not controlled or held in check (as in the case of cattle).
- হেদাঙিhedāṅiAdjective
"হাদাং", "হাদানি" চোবাঁ।
- হেদানিhedāniAdjective
"হাদাং", "হাদানি" চোবাঁ।
- হেনhenaAdjective
নিচিনা; যেনে; প্ৰকাৰৰ
as; like; such
- হেনাহুঁচাhenāhum̐cāAdjective
বিকৱত উচ্চাৰণ বা আকাৰৰ; যেনে হ'ব লাগে তেনে নোহোবা
out of proper form or pronounciation
- হেন্দোবানhendobānaAdjective
হিন্দু-ৰীতীয়া বা হিন্দুৰ ধৰণৰ; যেনে-"তাতে স্বৰ্গদেব হেন্দোবানমতে গৌৰীসিংহৰ নাম ল'লে" (বুৰঞ্জী)।
- হেন্দোৱানhen.do`.wanProper Adj.
হিন্দু ধৰ্মীয় ৰীতি বা পৰম্পৰা অনুসৰি হোৱা
happening as per Hindu religious tradition or rites
- হেনয়henaẏaAdjective
এনে দৰব বা প্ৰকাৰৰ; . যেনে-"হেনয় সংসাৰ বৱক্ষ তোমাতেসে উপজয়" (দশম)।
like this; such
- হেপেটি-মুবাhepeṭi-mubāAdjective
হেৰেপা-মুবা; চেপেটা-মুবা; বিকট-মুবা
having a flat or distorted face
- হেপেটি-মুৱাhe.pe.ti-mu.waProper Adj.
দেখাত চেপেটা যেন লগা মুখমণ্ডল যুক্ত।
having a flat-looking, distorted face.
- হেবাংhebāmAdjective
নিৰ্ব্বোধ; ভেবা; ভোদা; অতি সৰল প্ৰকৱতিৰ, অকামিলা
stupid; simple; worthless
- হেমকান্তিhe.mo.kan.tiProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.
- হেমাঙ্গhe.mang.goProper Adj.
সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷
Having the deep slightly brownish colour of gold.