কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পানীকুঁয়াpānīkum̐ẏāAdjective
পানীত মৰি গেলা
turned putrid in water as fish
- পানীকুঞাpānīkuñāAdjective
পানীত মৰি গেলা
turned putrid in water as fish
- পানীকুয়াঁpa.ni.ku.ya~Verbal Adj.
পানীত মৰি গেলি-পচি যোৱা৷
becoming putrid in water.
- পানীময়pa.ni.moyProper Adj.
পানীৰে পূৰ্ণ, পানীৰ দৰে ।
Full of water; like water.
- পানীৰ দৰpa.nir dorProper Adj.
কম খৰচৰ, আপেক্ষিক ভাৱে কম দামী
costing very little; relatively low in price
- পানোন্মত্তpa.no’n.mot.toProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- পান্তাpan.taProper Adj.
পাছদিনা খাবলৈ বুলি পানী দি থোৱা ভাত
Left over food, immersed in water for the next day
- পানৰতpan.ro.toProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- পাপ-শূণ্যpap.xun.nyoProper Adj.
ঐশ্বৰিক বা স্বৰ্গীয় বিষয়ৰ সৈতে জড়িত থকাৰ কাৰণে সন্মান বা ধৰ্মীয় শ্ৰদ্ধাৰ পাত্ৰ।
entitled to veneration or religious respect by association with divinity or divine things.
- পাপগ্ৰস্তAdjective
পাপত পৰা; পাপত বুৰা
involved in sin
- পাপজনকAdjective
পাপ জন্মোবা
causing sin; sinful
- পাপমতিpāpamatiAdjective
দুষ্ট মনৰ; বেয়া কাম কৰিবৰ ইচ্ছা কৰা; দুষ্টমতি; কুমতি
wicked-minded; of corrupt mind
- পাপীষ্ঠpa.pis.thoProper Adj.
যি কোনো নীতি-বিৰুদ্ধ অসৎ কাৰ্য্য কৰিছে
having committed unrighteous acts
- পাবত-গজাpābata-gajāAdjective
অস্বাভাবিক; অসম্ভব; গুৰি নথকা
unnatural; impossible; upstart
- পাবযুক্তpab.juk.toVerbal Adj.
গাঁঠি বা আখি থকা।
full of knots.
- পাবলগীয়াpa.bo.lo.gi.yaProper Adj.
পাব লগীয়া
owing or observed as a moral or natural right
- পালনকৰ্ত্তাpa.lon.kor.taProper Adj.
যি (জন্তু, চৰাই আদি) পোহে বা প্ৰতিপালন কৰে।
one who keeps or rears (an animal, bird etc.).
- পালসিকpa.lo.xikProper Adj.
নদীয়ে দুয়োপাৰৰ মাটিৰ ওপৰত পেলোৱা গেদৰ
Of sediments or deposits made on land by a river
- পালিতpālitaAdjective
পোহা; পালন কৰা; প্ৰতিপাল কৰা
protected; nourished and maintained
- পালিতাpa.li.taProper Adj.
নিজৰ সন্তানৰ দৰে তুলি লোৱা ৷
Taking into one's family through legal means and raise as one's own child.