← ফুৰি যাওক

পাপমতি

pāpamati

অৰ্থ

1.

দুষ্ট মনৰ; বেয়া কাম কৰিবৰ ইচ্ছা কৰা; দুষ্টমতি; কুমতি

wicked-minded; of corrupt mind

বিণ.

2.

অধৰ্ম্ম কৰিবৰ ইচ্ছা; দুষ্টমতি

sinful desire or propensity; evil intention

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ