কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিখিলnikhilaAdjective
কোনো অংশৰ অভাব বা বাদ নোহোবা; সমুদায়; গোটেই
whole
- নিখুঁতnikhum̐taAdjective
খুঁত নথকা; ঘূণ বা দোষ নথকা
without a fault, defect of blemish
- নিখুন্দnikhundaAdjective
খুন্দিত ভৰাবলৈ ঠাই নথকা; গোটেই বা সম্পূৰ্ণৰূপে পূৰ
filled to superfluity
- নিখোঁজni.kho`~jProper Adj.
বিচাৰি নোপোৱা বা হেৰাই যোৱা অৱস্থা
become untraceable; not being able to be found
- নিখৰচীnikharacīAdjective
অবাবত খৰচ নকৰা; অপব্যয় নকৰা; মিতব্যয়ী
frugal
- নিখৰচীয়াnikharacīẏāAdjective
খৰচি নথকা; ভালকৈ গুড়ি হোবা; একেবাৰে মিহি; গুড়ি
fine (powder)
- নিগাজিnigājiAdjective
পুৰণি; প্ৰাচীন; বহুকলীয়া; চিৰন্তন; চিৰস্হায়ী।
long standing; permanent
- নিগাজীni.ga.jiProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- নিগুটিniguṭiAdjective
নিৰ্ম্মূল; সঁচ নথকা; যেনে-"নিগুটি কৰিয়া সবে মৰিল নিশ্চয়" (বনপৰ্ব্ব)
totally extinct
- নিগুঢ়ni.gur.hoProper Adj.
নেদেখা বা আৱিষ্কাৰ নকৰা।
not being seen or discovered.
- নিগুৰniguraAdjective
অস্পষ্ট; গভীৰ; সহজে বুজিব নোবৰা
obstruse; deep; obscure
- নিগৃহিতni.gri.hi.toProper Adj.
যি কোনোবাৰ পৰা অহৰহ অশান্তি পাইছে৷
suffered to repeated trouble.
- নিগৰকীয়াnigarakīẏāAdjective
গৰাকী নথকা
having no owner
- নিঘঁৰিয়াnigham̐riẏāAdjective
বৰ ঘনকৈ থকা; ঠেলা-ঠেলি বা লগা-লগি হৈ থকা; যেনে-"একো থানে পক্ষী পৰিবৰ সন্ধি নাই। নিঘঁৰিয়া প্ৰজাসব পশন নযাই" (ৰুক্মিণী-হৰণ)।
very closely place; packed
- নিঘূণnighūṇaAdjective
ঘূণ নাইকিয়া; গাৰ ক'তো দোষ বা বিঘিনি নথকা
having no defect of body; sound
- নিঘূণীni.ghu.niProper Adj.
ভাল অৱস্থাত থকা, বা কোনো দোষ বা ঘূণ নথকা।
In good condition or without a defect or imperfection.
- নিঘূণীয়াnighūṇīẏāAdjective
ঘূণ নাইকিয়া; গাৰ ক'তো দোষ বা বিঘিনি নথকা
having no defect of body; sound
- নিচটিnicaṭiAdjective
এক ৰকম বা বৰণৰ সূতাৰে বোবা; গাঁৰি নথকা; ফুল নথকা; পখৰা-চিতৰা নোহোবা
plain; of a uniform colour or texture (cloth)
- নিচলnicalaAdjective
অচল; স্হায়ী; . যেনে-"ব্ৰহ্মা আদি দেবগণে নিচল সম্পত্তি মনে লক্ষ্মীক সেবন্ত তপ কৰি" (নামঘোষা)।
permanent
- নিচলাni.so.laProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth