← ফুৰি যাওক

নিগাজী

ni.ga.ji

অৰ্থ

1.

সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা

Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

সময়ৰ লগে লগে স্থিতি, অৱস্থা বা স্থান সলনি নকৰা

Not expected to change in status, condition, or place with time

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিগাজী · অসমীয়া অভিধান