কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জাতিগতja.ti.go.toProper Adj.
কোনো বিশেষ জনগোষ্ঠী বা জাতিৰ চৰিত্ৰ সম্বলিত বা জনগোষ্ঠী বা জাতিৰ সৈতে জড়িত
pertaining to or characteristic of a people, esp. a group sharing a common and distinctive culture, religion, language, or the like.
- জাতিচ্যুতja.ti.syu.toProper Adj.
নিজৰ সমাজ বা জাতিৰ পৰা বহিস্কৃত |
A person who is rejected or cast out, as from home or society
- জাতিবাচকVerbal Adj.
যিয়ে জাতি বুজায়
which indicates class as a qualifier
- জাতিবৰ্জিতja.ti.bor.ji.toProper Adj.
নিজৰ সমাজ বা জাতিৰ পৰা বহিস্কৃত |
A person who is rejected or cast out, as from home or society
- জাতিভ্ৰষ্টja.ti.bhros.toProper Adj.
নিজৰ সমাজ বা জাতিৰ পৰা বহিস্কৃত |
A person who is rejected or cast out, as from home or society
- জাতিমানVerbal Adj.
উচ্চ বা সমাজত মানী বংশত জন্মা
of high rank by birth
- জাতিষ্কাৰjātiṣkāraAdjective
উত্তম-ৰূপে সজোবা
brilliantly decorated
- জাতিস্মৰjātismaraAdjective
পূৰ্ব্ব জন্মৰ কথা ক'ব পৰা (মানুহ)
remembering the events of previous life
- জাতীয়jātīẏaAdjective
কোনো এক বিধৰ
belonging to a particular species or variety
- জান-নেজানjāna-nejānaAdjective
অতি সূক্ষ্ম; ইমান সূক্ষ্ম যে জানি বা দেখিও নজনা বা নেদেখা যেন লাগে; অতি অলপ
very small; minute; hardly perceptible
- জাননিকja.no.nikProper Adj.
জিন অথবা বংশগতি সম্বন্ধীয়
Of genes or hereditory information
- জানন্তাjānantāAdjective
জনা; ভু পোবা
knowing
- জান্তবjāntabaAdjective
জন্ত্ত-সম্পৰ্কীয়; জন্ত্ত-জাত।
- জান্তিjāntiAdjective
অধিক; বেছি
more; excessive
- জান্তৱjan.tobProper Adj.
পশুৰ দৰে নিষ্ঠুৰ আৰু দয়া-মমতা হীন
cruel and barbarous like a beast
- জাপখোৱাjap.kho`.waProper Adj.
closed within itself like a closed book or a flower not blossomed yet.
- জাপানীProper Adj.
of / pertaining to the country Japan.
- জাপিটুপীয়াjāpiṭupīẏāAdjective
দ'লমূৰীয়া
conical
- জাফৰানিjaph.ra.niProper Adj.
সামান্য পৰিমাণে হালধীয়া বৰণৰ ৷
Somewhat yellow or tinged with yellow color.
- জাবৰুবাjābarubāAdjective
জাবৰেৰে ভৰা; জাবৰ-যুক্ত
full of or containing rubbish or fibres