← ফুৰি যাওক

জাতীয়

jātīẏa

অৰ্থ

1.

কোনো এক বিধৰ

belonging to a particular species or variety

বিণ.

2.

কোনো এক জাতিৰ; কোনো এক জাতিৰ কাৰণে কৰা; যেনে-"জাতীয় আন্দোলন"; "জাতীয় কবি"

national

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ