কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘনাইghanāiAdverb
ঘনকৈ।
- ঘনাই ঘনাইgho.nai gho.naiAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- ঘনীভূত কৰ্gho.ni.bhut korVerb-Trans.
জুলীয়া বস্তু তপতাই ঘন কৰ্
to increase density by removing the water content by boiling
- ঘনীভূত হ্gho.ni.bhut hoVerb-Trans.
গভীৰ হ বা কৰি তোল্; যেনেঃ মানুহজনৰ ওপৰত তাৰ সন্দেহ ঘনীভূত হ`ল।
To make or become deep or deeper
- ঘনেghaneAdverb
ঘনকৈ।
- ঘনে ঘনেAdverb
ঘনে পতি; পাকে পতি; পাকে পাকে; বাৰে বাৰে
again and again; repeatedly
- ঘনে-পতিAdverb
ঘনে ঘনে।
- ঘনে-পাকেAdverb
ঘনে ঘনে।
- ঘনেপতিgho.ne.po.tiAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- ঘপকৈghop.koiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘপহ কৈgho.poh koiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘপহ কৰেgho.poh ko.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- ঘপহাইAdverb
অকস্মাত ্; ঘপ্ কৰে; ততালিকে; বেগতে
suddenly; immediately; quickly
- ঘপিয়াghapiẏāTransitive verb
কুঠাৰ বা দাৰে ঘৈয়া; কুৰিয়া; ঘা মাৰ্
to strike with a cutting instrument; to wound
- ঘপ্ কৰেghop ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ঘপ্ কৰে, ঘপহ্ কৰেghap, kare, ghapah, kareAdverb
ঘপৰাই।
- ঘপৰাইAdverb
অকস্মাত ্; ঘপ্ কৰে; ততালিকে; বেগতে
suddenly; immediately; quickly
- ঘমাTransitive verb
ঘাম উলিয়া; ঘাম জন্মা; ঘামিবলৈ দি
to cause to porspire
- ঘলাghalāNoun
এবিধ মাটিৰ পাত্ৰ
an earthern mug
- ঘাঁট্ghām̐ṭTransitive verb
মাৰি আদিৰে লৰাই দি; মথ্; সঞ্চালন কৰ্
to stir; to agitate