← ফুৰি যাওক

ঘনাই ঘনাই

gho.nai gho.nai

অৰ্থ

1.

কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি

occurring repeatedly in a short span of time

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘনাই ঘনাই · অসমীয়া অভিধান