কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভকাৰbhakāraNoun
'ভ' আখৰটো; ভ।
the letter
- ভকুবাbhakubāNoun
বৰ-গলা মাছ।
- ভকুবা-টেপাNoun
বাহু মাছৰ পোবালি
a small or young Bāhu fish
- ভকুৱাbho.ku.waCommon Noun
a freshwater fish of the carp family recognized from their large protruding lower jaw and found in rivers and freshwater lakes in the South and South East Asia
- ভক্তbhaktaNoun
ভকত।
- ভক্তিbhaktiNoun
ভকতি।
- ভক্তি-মাবNoun
সংসাৰৰপৰা মুক্ত কৰা আৰু মাতৱৰ চেনেহৰ দৰে অতি ৰসাল ভক্তি; যেনে-"ৰামপাশে মায়া দক্ষিণত ভক্তিমাব। দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গায়" (প্ৰথম স্কন্ধ)
devotion to God which is compared to a mother
- ভক্তি-যোগNoun
ভক্তিৰে বা ঈশ্বৰ- সাধনা; ভগবদ্-প্ৰাপ্তিৰ উপায় বা পথ-স্বৰূপ
the path of attaining God through devotion
- ভক্তি-ৰত্নাকৰbhakti-ratnākaraNoun
শঙ্কৰদেবৰ ভক্তিমূলক এখন সংস্কৱত পুথি
a treatise on devotion written by Śankaradeva in Sanskrit
- ভক্তি-ৰসিকbhakti-rasikaNoun
ভকতিত ৰস পোবা মানুহ; ভক্তিত স্পৱহা থকা লোক।
- ভক্তিগীতিbhok.ti.gi.tiAbstract Noun
ভক্তিমূলক গান, যি গানত ভক্তি প্ৰকাশ পায়
A devotional song is a hymn which accompanies religious observances and rituals.
- ভক্ভকনিNoun
পোৰণি।
- ভক্ভক্bhakbhakNoun
জুয়ে পুৰিলে হোবা বেদনা বুজাবলৈ ব্যবহাৰ কৰা শব্দ
a burning sensation
- ভক্ষকNoun
যি খায়; খাওঁতা
an eater
- ভক্ষণbho.khyonVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- ভক্ষ্যাভক্ষ্যNoun
ভক্ষ্য আৰু অভক্ষ্য বস্ত্ত
eatables and their opposites
- ভক্ষ্যাৱশেষbho.khya.wo.xexMaterial Noun
খোৱাৰ পিচত ৰৈ যোৱা অথবা এৰি অহা খাদ্যভাগ ৷
The remnant of food eaten; portion of food left after eating.
- ভকৰাbhakarāNoun
মিছাই বকি ফুৰা মানুহ; সাৰ নাইকিয়া কথা কোবা মানুহ
a prater
- ভকৰা মাতbhakarā, mātaNoun
গালি; টেঙা মাত; বেজাৰ লগোবা মাত; খঙাল কথা
angry or abusive speech; harsh words
- ভগbhogMaterial Noun
স্ত্ৰী বা মাইকীৰ যৌনাঙ্গ আৰু গৰ্ভনলী সংযোগী নলী।
The canal joining uterus and vulva of a female.