← ফুৰি যাওক

ভকৰা মাত

bhakarā, māta

অৰ্থ

1.

গালি; টেঙা মাত; বেজাৰ লগোবা মাত; খঙাল কথা

angry or abusive speech; harsh words

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভকৰা মাত · অসমীয়া অভিধান