কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একআনীekaānīNoun
ছৰতীয়া মোহৰ
the coin of one anna value
- এককekakaNoun
সংখ্যাৰ সোঁপিনে থকা প্ৰথম অঙ্ক; যি নিৰ্দ্দিষ্ট মাত্ৰাৰে জোখা হয়; . বি. কেবল; অদ্বিতীয়
unit ; unique
- একক ভেক্টৰAbstract Noun
একক ভেক্টৰ
একক ভেক্টৰ
- একক সংহতিe.kok xong.ho.tiAbstract Noun
কেৱল এটা মৌল থকা সংহতি
a set with exactly one element
- একক-অভিনয়e.kok-o.bhi.noyAbstract Noun
a theatrical performance acted by a single actor tackfully alternating different roles in the same scene
- এককত্বe.ko.kot.twoAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- এককালীক সংঘটনek.ka.lik xong.gho.tonAbstract Noun
a phenomena where multiple independent events or series of events at the same time
- এককালীন ধনAbstract Noun
অনেক কিস্তিৰ পৰিৱৰ্তে একেবাৰতে দিয়া টকা বাএকমুঠ পৰিমাণ৷
a single payment made at a particular time, in lieu of several installments.
- এককুণ্ডলe.ko.kun.dolProper Noun
শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷
the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis.
- এককেন্দ্ৰিকeko.ken.drikAbstract Noun
[একাধিক বৃত্ত বা বহুভুজৰ] একেটাই কেন্দ্ৰ (বা অক্ষ) থকা৷
In geometry, two or more objects are said to be concentric when they share the same center or axis. Circles, regular polygons and regular polyhedra etc.
- একক্ষণek.khyonAbstract Noun
অতি তাকৰ সময় |
A brief, indefinite interval of time
- একগামীCommon Noun
যিজনে একপত্নীত্বক সমৰ্থন কৰে
someone who practices or upholds monogamy (one spouse at a time)
- একগোটekagoṭaNoun
একলগ; দলবদ্ধ।
- একঘেঁয়ামিek.ghe~.ya.miAbstract Noun
Lacking in variety, repetativeness
- একঘেঁয়েমিতাek.ghe~.ye.mi.taAbstract Noun
Lacking in variety, repetativeness
- একঘেয়ামিek.ghe.ya.miAbstract Noun
একে ধৰণে বহু সময় ধৰি আমনি লগাকৈ চলি থকা গুণ
the quality of being boring, monotonous, too long, or repetitive
- একচAbstract Noun
দহৰ দহগুণ কৰি পোৱা সংখ্যাটো৷
The cardinal number that is the product of ten (10) and ten (10).
- একচক্ৰাekacakrāNoun
পাটনা জিলাৰ এখন প্ৰাচীন ঠাই [ইয়াত পঞ্চ-পাণ্ডবে মাকেৰে সৈতে কিছু দিন বসতি কৰিছিল; এই ঠাইতে ভীমে বকাসূৰক বধ কৰে আৰু ইয়াৰেপ্ৰৰা গৈ অৰ্জ্জুনে দ্ৰুপদ ৰজাৰ লক্ষ্য বিধি দ্ৰৌপদীক লাভ কৰে]
an ancient city in Patna
- একচত্বাৰিংশek.so.ta.ring.xoProper Noun
চল্লিছকৈ এক বেছি ৷
one more than forty; the symbol denoting 41. (৪১ in Assamese)
- একচত্বাৰিংশত্তমek.so.ta.ring.xot.tomProper Noun
চল্লিছকৈ এক বেছি ৷
one more than forty; the symbol denoting 41. (৪১ in Assamese)