কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঊ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঊনপঞ্চাশত্তমu.no.pon.sax.tomProper Noun
চল্লিছকৈ ন বেছি ৷
nine more than forty; the symbol denoting 49. (৪৯ in Assamese)
- ঊনশতūnaśataNoun
এক কম ত্ৰশ; যেনে-"দুঃশাসন সমে তাৰ ঊনশত ভাই" (উদ্যোগপৰ্ব্ব)।
- ঊনষষ্ঠিত্তমu.no.xos.thi.tomProper Noun
পঞ্চাশতকৈ ন বেছি ৷
nine more than fifty; the symbol denoting 59. (৫৯ in Assamese)
- ঊনষাঠিūnaṣāṭhiNoun
তিনি কুৰিতকৈ এক কম; এক কম তিনি কুৰি
fifty-nine
- ঊনসত্তৰūnasattaraNoun
এক কম তিনি কুৰি দহ; তিনি কুৰি দহতকৈ এক কম
sixty-nine
- ঊনসপ্ততিতমu.no.xop.to.ti.tomProper Noun
ষাঠিতকৈ ন বেছি ৷
nine more than sixty; the symbol denoting 69. (৬৯ in Assamese)
- ঊনানবৈūnānabaiNoun
নবৈৰ এক কম; এক কম নবৈ
eighty-nine
- ঊনানব্বৈūnānabbaiNoun
নবৈৰ এক কম; এক কম নবৈ
eighty-nine
- ঊনাশীūnāśīNoun
চাৰি কুৰিৰ এটা কম
seventy nine
- ঊনাশীতিতমu.na.xi.ti.tomProper Noun
সত্তৰতকৈ ন বেছি ৷
nine more than seventy; the symbol denoting 79. (৭৯ in Assamese)
- ঊনৈশu.noisAbstract Noun
দহতকৈ ন বেছি ৷ (১৯ সংখ্যা)
nine more than ten; the symbol denoting 19. (১৯ in Assamese)
- ঊন্চল্লিছūncallichaNoun
এক কম দুকুৰি; দুকুৰিৰ এক কম
thirty-nine
- ঊন্ত্ৰিশ্ūntriśNoun
ডেৰ কুৰিৰ এক কম
twenty-nine
- ঊন্সত্তৰিūnsattariNoun
এক কম তিনি কুৰি দহ; তিনি কুৰি দহতকৈ এক কম
sixty-nine
- ঊন্ত্ৰিশun.trisAbstract Noun
বিছতকৈ ন বেছি৷
nine more than twenty,the symbol denoting 29.(২৯ in Assamese)
- ঊষাu.xaAbstract Noun
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The first or early part of the day.
- ঊহūhaNoun
অনুমান; যুক্তি-তৰ্কৰ যোগেদি কৰা বিচাৰ
guessing; inferring with reason
- ঊহনাūhanāNoun
অনুমান; যুক্তি-তৰ্কৰ যোগেদি কৰা বিচাৰ
guessing; inferring with reason
- ঊৰ-বান্ধūra-bāndhaNoun
নাড়ী-ভুঁৰু পকাই নুৰা বান্ধি পেটৰ ওপৰলৈ উজাই অহা যেন লগা এবিধ ৰোগ
rising up of the intestines when one feels nausea
- ঊৰতūrataNoun
কৰঙণ
the thigh