← ফুৰি যাওক

ঊনষাঠি

ūnaṣāṭhi

অৰ্থ

1.

তিনি কুৰিতকৈ এক কম; এক কম তিনি কুৰি

fifty-nine

বি.

2.

ঊনষাঠি সংখ্যাৰ

fifty-ninth

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঊনষাঠি · অসমীয়া অভিধান