কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যত্কিঞ্চিতjot.kin.sitProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- যতয়েyataẏeAdjective
যিমান আছে সমুদায়; যেনে-"আনল স্বৰ্গক মাৰিঃ দেবক যতয়ে কুমাৰী" (বৰগীত)।
- যথাবিহিতjo.tha.bi.hitProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- যথাযথjo.tha.jothProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- যথাযোগ্যAdjective
যাৰ যি উপযুক্ত; যোগ্য- অনুসৰি
fit; becoming
- যথাসময়তjo.tha.xo.mo.yotProper Adj.
উপযুক্ত সময়ত হোৱা বা কৰা |
Done or happening at the appropriate or proper time.
- যথাস্থানjo.tha.sthanProper Adj.
right or appropriate place or location or position
- যথাৰ্থAdjective
সঁচাকৈ; আচলতে
in truth; in reality
- যথেচ্ছjo.thes.soAdjective Adj.
কোনো যুক্তি, কাৰণ আদিক ভিত্তি নকৰি (লোৱা বা চলা)নিয়ম, সিদ্ধান্ত,ৰীতি,প্ৰথা আদি৷ভাষাৰ এটা বৈশিষ্ট হৈছে ই যাদৃচ্ছিক৷কুকুৰকনো কিয় কুকুৰ বোলা হয়, মেকুৰী বোলা নহ’ল তাৰ কোনো যুক্তি নাই৷
decision, rule, practice etc. which do not seem to be based on a reason or system, e.g. language is arbitrary.
- যথেচ্ছাচাৰীjo.thes.sa.sa.riProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- যথেষ্টAdjective
মন জোৰাকৈ হোবা
enough; sufficient
- যথোচিতAdjective
যেনে উচিত তেনে
proper; right
- যথোপযুক্তjo.tho`.po.juk.toProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- যধামূৰ্খjo.dha.mur.khoProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- যনীয়াAdjective
যনী গুটিৰ দৰে গোন্ধোবা
smelling like caraway seed
- যন্ত্ৰণাদায়কjon.tro.na.da.yokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- যন্ত্ৰণাবিহীনProper Adj.
দেহ বা মনত কোনো বিষ নোহোৱা৷
Not suffering mental or physical pain
- যন্ত্ৰস্থঃjon.tros.sthoVerbal Adj.
প্ৰকাশ হ’ব লগীয়া, প্ৰকাশৰ পথত থকা (কিতাপ আদি)
(of books etc.)going to be published (soon)
- যমজyamajaAdjective
যঁজা
twin
- যমলyamalaAdjective
যুগল; একে লগ কৰা; যেনে-"যমল মুঠিক ধৰি ঢাকুবন্ত হিয়া" (দশম)।