কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নজন্মাno.jon.maProper Adj.
পুলি নোহোৱা বীজ ৷
Specially seeds from which plants do not grow.
- নজিৰবিহীনno.jir.bi.hinProper Adj.
এনে ভাল যে কাৰো সৈতে ৰিজাব নোৱাৰি
so good that there is no match for it
- নজীৰবিহীনno.jir.bi.hinProper Adj.
আগেয়ে নেদেখা বা নুশুনা
Not seen or heard before
- নঞৰ্থকnañarthakaAdjective
নাই বুজোবা।
- নতnataAdjective
বেঁকা হোবা; দোঁ-খোবা
bent
- নতশিৰVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- নতুনত্বহীনno.tu.not.to.hinProper Adj.
কোনো নতুন উপাদান নথকা
without any novelty or newness
- নতোবাnatobāAdjective
পৰিষ্কাৰ নকৰা; নিকা নকৰা
not cleaned, as body or place
- নথীভূক্তno.thi.bhuk.toProper Adj.
লিখিত ৰূপত ভবিষ্যতৰ বাবে সাঁচি থোৱা।
stored in writing in a document for future reference.
- নদন-বদনnadana-badanaAdjective
চাৰিওফালে ভৰপূৰ; অপৰিমিত; অনাটন নোহোবা (ধন বস্ত্তত)
abundant; unlimited
- নদনবদনno.don.bo.donProper Adj.
প্ৰয়োজনতকৈও অধিক উপলভ্য৷
present or available much more than what is needed
- নদীমাতৃকno.di.ma.trikProper Adj.
নদীৰ পানীয়ে সাৰুৱা কৰি তোলা, যেনেঃ অসম এখন নদীমাতৃক ৰাজ্য ৷
made fertile by the flowing rivers
- নদীমাতৱকnadīmātawakaAdjective
নৈৰ পানীৰ দ্বাৰা উৰ্ব্বৰা বা সাৰুবা হোবা (দেশ)
fertilised by the waters of rivers
- নন্দিতnanditaAdjective
আনন্দিত
happy
- নপকাAdjective
কেঁচা
unripe; uncooked
- নপুংসকnapuṃsakaAdjective
পুৰুষ-শক্তি নথকা; পুৰুষ বা তিৰোতাৰ সম্পূৰ্ণ অঙ্গ নথকা; লিতা
impotent; having neither the male nor the female organ fully developed
- নবnabaAdjective
ন সংখ্যাৰ
nine
- নবজাতnabajātaAdjective
সদ্যহতে জন্ম লোবা।
- নবমnabamaAdjective
আঠোটাৰ পাছৰটো
the ninth
- নবাবীAdjective
নবাবৰ যোগ্য
fit for a Nawab