নপুংসক
napuṃsaka
অৰ্থ
1.
পুৰুষ-শক্তি নথকা; পুৰুষ বা তিৰোতাৰ সম্পূৰ্ণ অঙ্গ নথকা; লিতা
impotent; having neither the male nor the female organ fully developed
বিণ.
2.
পুৰুষ-শক্তি নথকা মতা; যি মানুহৰ তিৰোতা বা পুৰুষৰ সম্পূৰ্ণ অঙ্গ নাই; খাহী কৰা মুনিহ
an impotent man; eunuch; a catrated man
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ