কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধনিষ্ঠdho.nis.thoProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনুবাdhanubāAdjective
ধন দি কিনা; নগদ ধনেৰে বেচ দিয়া
costing money; obtained for money
- ধনুৱাdho.nu.waVerbal Adj.
নগদ ধন দি কিনা
purchased by paying cash
- ধন্যdhanyaAdjective
কৱতাৰ্থ; চৰিতাৰ্থ; প্ৰশংসাৰ যোগ্য; ভাগ্যবান
praiseworthy; successful; blessed; fortunate
- ধনৱন্তdho.no.bon.toProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধনৱানdho.no.wanProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- ধপলাdhapalāAdjective
ডাঙৰ আৰু বহল
broad; like a flap
- ধপলা-ধপলdho.po.la-dho.polProper Adj.
বহু ঠাই আগুৰি থকা|
Having great (or a certain) extent from one side to the other.
- ধপলাধপলdhapalādhapalaAdjective
ডাঙৰ আৰু বহল
broad; like a flap
- ধবলdhabalaAdjective
বগা; যেনে-"ৰজনী বিদূৰ দিশ ধবলি বৰণ" (বৰগীত)।
- ধবলিdhabaliAdjective
বগা; যেনে-"ৰজনী বিদূৰ দিশ ধবলি বৰণ" (বৰগীত)।
- ধবলিকৱতdhabalikawataAdjective
বগা কৰা; বগাকৈ লিপা
whitened; white washed
- ধলdhalaAdjective
ধলা; বগা
white
- ধলাdhalāAdjective
বগা
white
- ধাতকপলীয়াdhātakapalīẏāAdjective
দুৰ্কপলীয়া; ভাগ্যহীন; ফুটাকপলীয়া
unfortunate
- ধাতুপাতলdha.tu.pa.tolProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- ধাতুময়Adjective
ধাতুৰে সজা
metallic; made of metal
- ধাতুস্থProper Adj.
জন্মৰে পৰা বা জন্মৰ সময়ৰে পৰা থকা৷
existing at or dating from birth.
- ধাতুস্হAdjective
শৰীৰৰ ধাতুত লাগি অহা; জন্মৰেপৰা গাত লাগ অহা
constitutional; inherent in the body
- ধাতৱdha.tobProper Adj.
ধাতুৰে নিৰ্মিত বা দেখাত ধাতুৰ নিচিনা
made up of metals or appears like that of metal.