কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁতৰতa~.to.rotAdverb
কিহবা বা কাৰোবাৰ পৰা কায়িকভাৱে দূৰত
physically distant or apart from somebody or something
- আঁতৰা-আঁতৰিAdjective
নিলগা-নিলগি; ইটো সিটোৰপৰা নিলগ বা পৱথক হৈ থকা
distant from one another
- আঁপুতām̐putaAdjective
অপুত্ত্ৰক
one having no son
- আঁবৰীয়াAdjective
আবৰ ৰোগ থকা; মুছ-কছ যোবা বা মূৰ্চ্ছা যোবা ৰোগে ধৰা
suffering from epilepsy; epileptic
- আঁহ-কোমলAdjective
কোমল শাৰীৰিক গঠনৰ
of tender body
- আঁহ-ফলাAdjective
অমিল ভাব জন্মোবা; যেনে-আঁহ-ফলা কথা
creating disunion
- আঁহজাতীয়Proper Adj.
আঁহৰ দৰে, আঁহ থকা বা আঁহেৰে তৈয়াৰী|
Of or like fibre or made of fibre.
- আঁহযুক্তa~h.juk.toProper Adj.
আঁহৰ দৰে, আঁহ থকা বা আঁহেৰে তৈয়াৰী|
Of or like fibre or made of fibre.
- আঁহীয়াām̐hīẏāAdjective
কেঁচা মাছ-মঙহৰ দৰে গোন্ধোবা; কেঁচেমা-কেঁচেম
smelling like raw flesh or fish
- আঁৰ দিয়াAdjective
screened
- আঁৰি-কুঁজাām̐ri-kum̐jāAdjective
আঁৰি মাছৰ সদৱশ পিঠিত অলপ কুঁজ বা ভাঁজ থকা; কুঁজা-চানেকীয়া; অলপ কুঁজা
hunch-backed
- আংগিকang.gikProper Adj.
মানুহৰ দেহা বা শৰীৰ সম্বন্ধীয়
Connected with the human body.
- আংবাংāmbāmAdjective
অঁকৰা; একো নজনা; . বি. অৰ্থহীন কথা; উদ্দেশ্য-হীন কৰ্ম্ম; যিহকে তিহকে কোবা
stupid ; anything meaningless; nonsense
- আংমৰাāmmarāAdjective
পুৰুষ-শক্তি নথকা
impotent
- আংশিকang.xikProper Adj.
কিবা এটা বস্তুৰ এক অংশ বা টুকুৰা সম্বন্ধীয়
related to a fraction or part of something
- আইন-সংগতain-xong.gotProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- আইনগতain.go.toProper Adj.
আইন বা ন্যায় মতে হোৱা বা কৰা৷
something related to the law.
- আইনবিৰুদ্ধa.in.bi.rud.dhoProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- আইনসন্মতain.xon.motProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- আইনসিদ্ধain.xid.dhoProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land