কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাণিজ্যিকৰণba.ni.jyi.ko.ronVerbal Noun
লাভ হ’বৰ বাবে প্ৰয়োগ কৰা ব্যৱস্থা
Application of methods of business for profit.
- বাণীৱদ্ধ কৰ্ba.ni.bod.dho korVerb-Trans.
ইলেক্ট্ৰনিক মাধ্যমত কাৰোবাৰ মাত স্মৃতিবদ্ধ কৰি ৰাখ৷
to record one`s voice in an electronic media.
- বাতিল কৰ্ba.til korVerb-Trans.
To revoke, discontinue or invaidate something
- বাতিলকৰণba.til.ko.ronVerbal Noun
The act of removing, revoking, discontinuing or invalidate something
- বাত্batVerb-Trans.
কোনো বস্তু পঁচা বা ভগাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা
to bring back to a good condition after decay or damage
- বাদ দেbad deVerb-Trans.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।
to surrender something prized or desirable.
- বাদ পৰ্bad porVerb-Trans.
বেছি প্ৰয়োজন নোহোৱা কোনো বস্ত এৰি দিয়া কাৰ্য্য ৷
Neglect something that of less importance.
- বাদানুবাদ কৰ্ba.da.nu.bad korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- বাদিbādiNoun
ফাঁকি; ছলনা; মিছা ভাও
subterfuge; act of feigning or malingering
- বাধা দেba.dha deVerb-Trans.
to restrain or stop someone from doing something
- বাধা প্ৰদান কৰ্ba.dha pro.dan korVerb-Trans.
to restrain or stop someone from doing something
- বাধিত কৰ্ba.dhi.to korVerb-Trans.
কাৰোবাক কোনো কাম কৰিবলৈ বাধ্য কৰ্ বা কোনো এটা কাম কৰাটো আৱশ্যকীয় কৰি তোল্
to force someone to do something, or to make it necessary for someone to do something
- বাধ্bādhTransitive verb
নিষেধ কৰ্; মানা কৰ্; হাক দি
to forbid; to prohibit
- বাধ্য কৰ্ba.dhyo korVerb-Trans.
নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
to force to do something by threatening of dare consequence if not done.
- বাধ্য হৈba.dhyo hoiAdverb
অন্য গতি বা উপায় নথকাত ৷
having no other means or alternative.
- বাধ্য হ্ba.dhyo hoVerb-Trans.
কাৰোবাক কোনো কাম কৰিবলৈ বাধ্য কৰ্ বা কোনো এটা কাম কৰাটো আৱশ্যকীয় কৰি তোল্
to force someone to do something, or to make it necessary for someone to do something
- বান-নিয়ন্ত্ৰণban-ni.yon.tronVerbal Noun
বানপানীৰ প্ৰকোপ কমাবলৈ বা ৰোধ কৰিবলৈ গ্ৰহণ কৰা আভিযান্ত্ৰিক কৰ্ম-কাণ্ড
The engineering activities of controlling flood in a river
- বানান কৰ্ba.nan korVerb-Trans.
কোনো শব্দৰ বৰ্ণ সমূহ শুদ্ধকৈ কোৱা বা লিখা; বৰ্ণ/আখৰ গোটাই তাৰপৰা শব্দ বনোৱা৷
to say, write the letters of a word in the correct order or to form words correctly from individual letters.
- বানে বানেAdverb
এজাকৰ পাছত অইন এজাককৈ; চামে চামে; জাকে জাকে।
- বান্bānTransitive verb
উৰাল বা ঢেঁকীত খুন্দি তুঁহ গুচা
to husk, as paddy