← ফুৰি যাওক

বাদি

bādi

অৰ্থ

1.

ফাঁকি; ছলনা; মিছা ভাও

subterfuge; act of feigning or malingering

বি.

2.

ঢোল, খোল আদি বাজনাৰ ছেও

an overture on drums, etc.

বি.

3.

নিচিনা

likewise

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ