কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তেকালেtekāleAdverb
সেই কালত; তেতিয়া।
- তেক্ষণেtekṣaṇeAdverb
তেতিক্ষণে; তেতিয়াই।
- তেখনেtekhaneAdverb
তেতিয়াই।
- তেজ ওলাVerb-Intran.
তেজ শৰীৰৰ পৰা বাহিৰ হ
Blood coming out of one`s body
- তেজ্tejTransitive verb
এৰ্; ত্যাগ কৰ্; বৰ্জ্জন কৰ্
to give up; to renounce
- তেতিয়াtetiẏāAdverb
সেই সময়ত
at that time
- তেতিয়াতেVerbal Adj.
সেই সময়তে
at that time itself
- তেতিয়াৰে পৰাte.tiya.re po.raAdverb
সেই কালকে সীমা কৰি বৰ্তমানলৈ |
Between a particular past time and the present; from then till now.
- তেনিteniAdverb
সেই দিশে; সেইফালে; সেইপোনে
in the direction
- তেনেteneAdjective
সেই নিচিনা; সেই ৰকমৰ; সেই প্ৰকাৰৰ; সেই গঢ়ৰ
of that sort; similar
- তেনে-মুখেইtene-mukheiAdverb
সদায় মুখ যেনে থাকে তেনেকুবা মুখেৰে অৰ্থাৎ একেবাৰে তামোল-ছালি নোখোবাকৈ; শুদা-মুখেই
without chewing betelnut after taking food
- তেনেইteneiAdverb
গোটেই; সমূলি; একেবাৰে
entirely; wholly
- তেনেইকৈte.nei.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- তেনেকুৱাকৈte.ne.kuwa.koiAdverb
কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ সদৃশ |
In like or similar manner.
- তেনেকেAdverb
কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ সদৃশ |
In like or similar manner.
- তেনেকৈAdverb
সেই সময়তে, সেই অবস্হাতে।
- তেনেতেAdverb
সেই সময়তে, সেই অবস্হাতে।
- তেনেহ'লেteneha'leAdverb
তেতিয়া; সেইৰূপ হ'লে; তেনে অবস্হাত
then; if so; in that case; therefore
- তেন্তেtenteAdverb
তেতিয়া; সেইৰূপ হ'লে; তেনে অবস্হাত
then; if so; in that case; therefore
- তেবেtebeAdverb
তেতিয়া; তেন্তে; তেনেহ'লে।