← ফুৰি যাওক

তেনে

tene

অৰ্থ

1.

সেই নিচিনা; সেই ৰকমৰ; সেই প্ৰকাৰৰ; সেই গঢ়ৰ

of that sort; similar

বিণ.

2.

সেইদৰে; সেই প্ৰকাৰে; সেইৰূপে

in that way

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ