কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভস্মbhasmaNoun
ফুটছাই
ashes
- ভস্মস্তূপAbstract Noun
জলি নিঃশেষ হৈ যোৱাৰ পাচত থকা অৱশিষ্ট৷
remains after being destroyed by fire
- ভস্মাৱশেষbhos.ma.bo.xexAbstract Noun
জলি নিঃশেষ হৈ যোৱাৰ পাচত থকা অৱশিষ্ট৷
remains after being destroyed by fire
- ভাbhaAbstract Noun
শক্তিৰ এটা ৰূপ, যি বস্তু দৃশ্যমান কৰে
a form of energy that renders visibility
- ভাঁইৰাbha~i.raCommon Noun
এজোপা ডাঙৰ চিৰসেউজীয়া গছ আৰু ইয়াৰ গুটি ৷ আয়ুৰ্ব্বেদ শাস্ত্ৰৰ ত্ৰিফলা চূৰ্ণ তৈয়াৰীত ব্যৱহাৰ হোৱা তিনিবিধ ফলৰ এবিধ ৷
Belleric myrobalan is one of the vital fruit for prepareing the "Triphola Suran" (an ayurvedic powder) out of three fruits and its tree. It is a big evergreen and deciduous tree.
- ভাঁজbhām̐jaNoun
পাক; মেচ; বক্ৰতা
a bend; a contraction; a distortion
- ভাঁড় (ৰ)bhām̐ṛa, (ra)Noun
"ভাণ্ড" চোবাঁ।
- ভাংbhāmNoun
পাত বা তাৰ ধোঁবা খালে ৰাগিয়ে ধৰা এবিধ বাম ঠাইত হোবা সৰু বছৰেকীয়া গছ [ইয়াৰ এজাতি খেতিত হয়; এজাতি এনেই হয় আৰু তাক জঙ্ঘলী-ভাং বোলে।]
hemp cannabis sativa
- ভাং গছbhang gosCommon Noun
নিচা যুক্ত দ্ৰব্য প্ৰস্তুত কৰা সপুষ্পক উদ্ভিদ৷
a genus of flowering plants that includes three putative species, Cannabis sativa L., Cannabis indica Lam., and Cannabis ruderalis Janisch. These three taxa are indigenous to Central Asia, South Asia, and surrounding regions. Cannabis has long been used for fibre (hemp), for medicinal purposes, and as a recreational drug.
- ভাংতি পইচাAbstract Noun
Coins of smaller values; conversion of currency notes of larger value to smaller ones.
- ভাংনা মাছCommon Noun
লেবিয়া বাতা বা চাইপ্ৰিনাচ বাতা প্ৰজাতিৰ এবিধ মাছ, বিশেষকৈ ভাৰত, পাকিস্তান আৰু বাংলাদেশত পোৱা যায়৷
a kind of fish belonging to the species particularly found in India, Pakistan and Bangladesh.
- ভাইbhāiNoun
ভ্ৰাতৱ; একে বাপেক-মাকৰপৰা হোবা আপোনাতকৈ বয়সত সৰু ল'ৰা
a younger brother
- ভাই বঞ্চা ধন, ভাই মোহা ধনbhāi, bañcā, dhana, bhāi, mohā, dhanaNoun
ভাইক বঞ্চিত কৰি পোবা ধন
property acquired by depriving one's brother
- ভাই বোৱাৰীbhai.bo’.wa.riCommon Noun
ভায়েকৰ পত্নী
one's younger brother's wife
- ভাই-বোবাৰীbhāi-bobārīNoun
ভাইৰ ভাৰ্য্যা
the wife of a younger brother
- ভাই-ভাগীbhāi-bhāgīNoun
লগা-ভগা বা তেজ-সমধীয়া মানুহ
blood relations
- ভাই-শহুৰ্bhāi-śahurNoun
স্বামীৰ ককায়েক; বৰজনা
the elder brother of husband
- ভাইগাCommon Noun
আনৰ সৈতে কোনো কাম, বিশেষকৈ ব্যৱসায়ত অংশ লওঁতা।
Person who take part or shares with another or others, esp. in business.
- ভাইটিbhai.tiCommon Noun
নিজতকৈ বয়সত সৰু ভাতৃ৷ কেতিয়াবা নিজৰ সহোদৰ নহলেও এনেদৰে সম্বোধন কৰা হয়৷
A brother (may or may not be of same parents) who is younger than yourself.
- ভাইটিকাbhai.ti.kaCommon Noun
দেৱালীৰ পাছত শুক্লা দ্বিতীয়াৰ দিনা অসমত নেপালী আৰু বঙালী সকলে পালন কৰা হিন্দু উৎসৱ৷
A hindu religious festival observed by nepalis and bengalis of Assam. It is ofserved after two days of Dipawali.