ভাই
bhāi
অৰ্থ
1.
ভ্ৰাতৱ; একে বাপেক-মাকৰপৰা হোবা আপোনাতকৈ বয়সত সৰু ল'ৰা
a younger brother
বি.
2.
মোমাই আদি সম্পৰ্কীয় মানুহৰ ল'ৰা, নিজতকৈ বয়সত সৰু হ'লে
a couusin
বি.
3.
সমনীয়া বা বয়সত সৰু মানুহক মতা মাত
a term used to address any one who is deemed equal or younger in age
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ