কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নবমালিকাnabamālikāNoun
নেবালী ফুল
Jasminum arborescens
- নবমীnabamīNoun
নবম সংখ্যাৰ তিথি
the ninth day of a lunar half-month
- নবসিদ্ধnabasiddhaNoun
যিনি ৰজাক উপদেশ দিয়া নজন সিদ্ধ-পুৰুষ।
- নবান্নnabānnaNoun
নতুন চাউল
new rice
- নবাবnabābaNoun
ৰাজ-প্ৰতিনিধি; শাসনকৰ্ত্তা
Muhammedan viceroy or governor
- নবাবজাদাnabābajādāNoun
নবাবৰ পুত্ৰ; স্ত্ৰী. নবাবজাদী।
- নবিnabiNoun
ইছলামত ঈশ্বৰৰ সম্বাদবাহক পুৰুষ
a prophet
- নবিচnabicaNoun
লেখক
writer; scribe
- নবীnabīNoun
ইছলামত ঈশ্বৰৰ সম্বাদবাহক পুৰুষ
a prophet
- নবীকৰণnabīkaraṇaNoun
নতুনকৈ সজা; নতুনত্ব-সাধন; বিণ. নবীকৱত।
- নবীকৰণীয় শক্তিno.bi.ko.ro.ni.yo xok.tiAbstract Noun
অক্ষয় শক্তি ; যি শক্তিৰ উৎস বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি ।
Energy Resource which can be used again and again without depletion
- নবীনত্বno.bi.not.toAbstract Noun
নতুন বা অনন্য হোৱা গুণ বা অৱস্থা
state or quality of being novel, new or unique
- নবেম্বৰnabembaraNoun
ইংৰাজী বছৰৰ একাদশ মাহ।
November
- নবৈnabaiNoun
দহ কম এশ
ninety
- নবোঢ়াnaboṛhāNoun
নব-বিবাহিতা।
- নবৌno.bouCommon Noun
ককায়েকৰ পত্নী
wife of one's elder brother
- নব্বৈnabbaiNoun
দহ কম এশ
ninety
- নব্য ঔপনিৱেশিকতাবাদno.byo ou.po.ni.be.xi.ko.ta.badAbstract Noun
economic (and political)influence over a weak nation by a more powerful country.
- নব্য নৈতিকতাno.byo noi.ti.ko.taAbstract Noun
উত্তৰ আধুনিক যুগত আৰম্ভ হোৱা এটা সামাজিক, ৰাজনৈতিক আৰু সাহিত্যিক জাগৰণ, য’ত নৈতিকতাৰ নতুন সংজ্ঞা নিৰ্ণয় কৰা হয় আৰু নৈতিকতাৰ ধৰ্মীয় ভেঁটি শিথিল কৰি পেলোৱা হয়।
a social, political and literary movement in the post modern era where morality was redefined and moved further away from its religious underpinnings
- নব্যতাno.byo.taAbstract Noun
নতুন বা অনন্য হোৱা গুণ বা অৱস্থা
state or quality of being novel, new or unique