← ফুৰি যাওক

নবান্ন

nabānna

অৰ্থ

1.

নতুন চাউল

new rice

বি.

2.

ন চাউলেৰে খোবা ভোজ; ন-খোবা

the harvest-home

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নবান্ন · অসমীয়া অভিধান