কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তমোস্নাCommon Noun
যি অন্ধকাৰ নাশ কৰে
one who destroys the darkness
- তমোহৰto.mo`.horProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- তম্গম্tamgamNoun
মনোযোগ; সাবধানতা; যেনে-"তম্গম্ লৈ ফুৰিয়াঁ"
attention; heed
- তম্পাCommon Noun
প্ৰধানকৈ গাখীৰৰ বাবে পোহা মাইকী গৰু।
the female of cow, a two horned domestic animal domesticated primarily for milk.
- তম্বাCommon Noun
প্ৰধানকৈ গাখীৰৰ বাবে পোহা মাইকী গৰু।
the female of cow, a two horned domestic animal domesticated primarily for milk.
- তম্বিকাCommon Noun
প্ৰধানকৈ গাখীৰৰ বাবে পোহা মাইকী গৰু।
the female of cow, a two horned domestic animal domesticated primarily for milk.
- তম্বুtambuNoun
লৈ ফুৰাব পৰা কাপোৰৰ ঘৰ
a tent
- তম্বুৰাtamburāNoun
এবিধ তাঁৰ থকা বাদ্য; তানপুৰা
a kind of a musical instrument
- তম্ভtambhaNoun
খুঁটা; স্তম্ভ; যেনে-"সুবৰ্ণৰ তম্ভ গোট লৈলন্ত উপাৰি" (মা. ক., সুন্দৰাকাণ্ড)
a pillar
- তম্গম্tom.gomVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- তযুtayuPronoun
তোমাৰ; আপোনাৰ
thine; your
- তলtalaNoun
অধোভাগ; ওপৰৰ বিপৰীত ভাগ বা ফাল; নাম ফাল
the bottom; the place underneath
- তল-কাচtala-kācaNoun
পোন্ধ; তলপোন; যেনে -"তল-কাচ নাইকিয়া তিৰোতাৰ ভাও" (বৰফুকনৰ গীত)।
- তল-কাছtala-kāchaNoun
পোন্ধ; তলপোন; যেনে -"তল-কাচ নাইকিয়া তিৰোতাৰ ভাও" (বৰফুকনৰ গীত)।
- তল-ধৰাtala-dharāNoun
ব-বাটি আৰু গৰকাৰ মাজত ওলোমাই দিয়া বাঁহৰ ডাং, যাৰে তাঁতৰ জাল দিয়া যায়
a part of the Assamese loom
- তল-মুবাtala-mubāNoun
তললৈ মুখ বা মূৰকৈ থকা
with the face or head cast downwards
- তল-স্ৰোতাtol-sro`.taProper Noun
ভিতৰে ভিতৰে বৈ থকা সোঁত ৷
A current, as of air or water, below another current or beneath a surface.
- তলকাচtol.ka.soAbstract Noun
ধুতি বা চুৰিয়াৰ দুই উৰুৰ মাজে সৰকাই পাচ ফালে খোঁচা ভাগ ৷
End of the waist cloth (Dhoti) which is inserted in behind through the thigh.
- তলকাছtol.ka.soAbstract Noun
ধুতি বা চুৰিয়াৰ দুই উৰুৰ মাজে সৰকাই পাচ ফালে খোঁচা ভাগ ৷
End of the waist cloth (Dhoti) which is inserted in behind through the thigh.
- তলচাtalacāNoun
তুলী বা আন কোনো বস্ত্তৰ তলত পাৰি দিয়া কাপোৰ আদি
a cloth spread under a mattress or seat