← ফুৰি যাওক

তল

tala

অৰ্থ

1.

অধোভাগ; ওপৰৰ বিপৰীত ভাগ বা ফাল; নাম ফাল

the bottom; the place underneath

বি.

2.

অধীন অবস্হা

subordination

বি.

3.

অধোভাগৰ; নামৰ; নিকৱষ্ট

lower; inferior

বিণ.

4.

তলতীয়া; অধীনত থকা

subordinate

বি.

5.

ক্ষেত্ৰ; ; পৱষ্ঠ; , তলা; (সপ্ততল, দ্বিতল)।

plane ; surface ; storey

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তল · অসমীয়া অভিধান