কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰুধিৰৰঞ্জিতru.dhir.ron.jitProper Adj.
তেজেৰে ৰঙা হৈ থকা৷ অতিমাত্ৰাত তেজ আৰু হিংসা জড়িত৷
Involving bloodshed; besmeared in blood; that involves/shows lot of blood and/ or violence.
- ৰুপিতrupita
যি ধান ৰোবা মাটি; ৰোবতী
low land for paddy cultivation
- ৰুঢ়rurhProper Adj.
এনে এক ভাষা য’ত হাস্যকৰ, কেতিৱাবা অশ্লীল আদি শব্দ প্ৰয়োগ কৰি কোৱা হয়৷
A kind of language occurring chiefly in casual and playful speech, made up typically of short-lived coinages and figures of speech that are deliberately used in place of standard terms for added raciness, humor, irreverence, or other effect.
- ৰূদ্ধrud.dhoVerbal Adj.
যাৰ গতিত বাধা দিয়া হৈছে
something esp a motion that has been stopped
- ৰূপকশোভিতProper Adj.
উপমাৰ বৈশিষ্ট্য থকা বা উপমাৰ সৈতে জড়িত
having the characteristics of or relating to metaphor
- ৰূপতাত্ত্বিকProper Adj.
বস্তু বা শব্দৰ ৰূপ বা গঠনৰ সৈতে জড়িত
related to the structure of words or things
- ৰূপধাৰীrup.dha.riProper Adj.
শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷
embodied in flesh; having taken human form(of God, the devil etc).
- ৰূপবন্তrūpabantaAdjective
সুন্দৰ; শুবনি
beautiful
- ৰূপবানrūpabānaAdjective
সুন্দৰ; শুবনি
beautiful
- ৰূপবিকৃতিProper Adj.
বাহ্যিক উদ্দীপকৰ ফলত হোৱা উদ্ভিদৰ কোনো অংশৰ গতি
of the movement of a plant part caused by an external stimulus
- ৰূপময়ীru.po.mo.yiProper Adj.
having beauty (refered to a lady)
- ৰূপসীয়াrūpasīẏāAdjective
সুন্দৰ; ধুনীয়া; যেনে-"কানাই কিনা ৰূপসীয়া" (বৰগীত)।
- ৰূপহrūpahaAdjective
শুবনী
beautiful
- ৰূপহীAdjective
সুন্দৰ ৰূপযুক্ত; সুন্দৰী; শুবনী; সুন্দৰ
handsome; beautiful
- ৰূপহীনrup.hinProper Adj.
যাৰ শৰীৰ, দেহ, বা কায় নাই ৷
Having no material body or form.
- ৰূপান্তৰrūpāntaraNoun
সলনি হৈ হোবা আন আকাৰ
a change of form; transformation
- ৰূপান্তৰণীয়ru.pan.to.ro.ni.yoVerbal Adj.
যাক পৰিবৰ্ত্তন কৰিব পৰা যায়
something that may be converted
- ৰূপান্তৰিতAdjective
এবিধ গুচি আন এবিধ হোবা; এক ৰূপ গুচি আন ৰূপ ধৰা
changed in form
- ৰূপালীru.pa.liProper Adj.
ৰূপ বা সেই বৰণৰ ৰঙেৰে বোলোৱা, অথবা তেনে ৰঙৰ
made of or having the tinge of silver colour
- ৰূপোবালীrūpobālīAdjective
ৰূপৰ বন কৰা; ৰূপ খটোবা
silvered; inlaid with silver