কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহুধা-বিভক্তbo.hu.dha-bi.bhok.toVerbal Adj.
বহুতো ভাগত ভাগ হৈ যোৱা
divided into several parts
- বহুনায়কীয়াbo.hu.na.yo.ki.yaProper Adj.
বহুলোকে একেলগে কোনো বাছ-বিচাৰ নোহোৱাকৈ কৰা ৷
Done by several person without method.
- বহুপ্ৰকাৰbo.hu.pro.karProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- বহুবচনবোধকbo.hu.bo.son.bo`.dhokProper Adj.
এটাতকৈ অধিক সংখ্যক বুজোৱা বৈয়াকৰণিক ৰূপৰ
Of or being a grammatical form that designates more than one of the things specified
- বহুবল্কীbahubalkīAdjective
কথকী; বহু কথা কোবা
talkative; garrulous
- বহুবিধProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- বহুবিলাকbo.hu.bi.lakProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- বহুবোৰbo.hu.bo`rProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- বহুভাষিকbo.hu.bha.xikProper Adj.
বহুতো ভাষাৰ
pertaining to many languages
- বহুভাষীbahubhāṣīAdjective
কথকী; বহু কথা কোবা
talkative; garrulous
- বহুমহলীয়াbo.hu.mo.ho.li.yaProper Adj.
খলপা-খলপিকৈ সজা, অৰ্থাত্ অনেক খলপ বা মহল থকা (ঘৰ)।
(of a building) having several or many stories.
- বহুমাত্ৰিকbo.hu.ma.trikAdjective Adj.
বহু মাত্ৰাযুক্ত৷
having or involving many dimensions.(fig. having many different qualities)
- বহুমুখীbahumukhīAdjective
বহুত মুখ থকা; কেইবাফালেও মুখ কৰা বা গতি কৰা
multifaceted; spreading in all directions; divergent
- বহুমূলীয়াbahumūlīẏāAdjective
বৰ মূল্যবান; দামী
costly; very valuable
- বহুমূল্যbahumūlyaAdjective
বৰ মূল্যবান; দামী
costly; very valuable
- বহুযুগীয়াbo.hu.ju.giyaProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- বহুসংখ্যকbo’.hu.xong.khyokProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- বহুৰকমbo.hu.ro.komProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- বহুৰঙীbahuraṅīAdjective
কেইবাৰঙৰো; নানা স্বভাবৰ (মানুহ)
of several colours; displaying different or changing traits of character on different occasions
- বহুৰাষ্ট্ৰীয়Adjective Adj.
দুখন বা ততোধিক দেশত বিস্তৃত কৰ্মপৰিসৰ ৷
Having operations, subsidiaries, or investments in more than two countries