← ফুৰি যাওক

বহুমুখী

bahumukhī

অৰ্থ

1.

বহুত মুখ থকা; কেইবাফালেও মুখ কৰা বা গতি কৰা

multifaceted; spreading in all directions; divergent

বিণ.

2.

নানা বিষয়ত ব্যুৎপত্তি থকা।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহুমুখী · অসমীয়া অভিধান