কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তুচ্ছবোধ কৰ্tus.so.bo`dh korVerb-Trans.
Fail to care for or not paying any attention
- তুতি নতিtu.ti no.tiVerbal Noun
ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।
A humble and earnest request for help from someone in authority.
- তুতি-মিনতিtu.ti-mi.no.tiVerbal Noun
ভয় বা বেজাৰত কিবা বিচাৰি কৰা নেৰা নেপেৰা মিনতি ।
A humble and earnest request for help from someone in authority.
- তুলনা কৰ্tu.lo.na korVerb-Trans.
দুই বা ততোধিক বস্তুৰ মাজত থকা সাদৃশ্য বা বৈসাদৃশ্য পৰীক্ষা কৰ্
to examine the similarities or dissimilarities of two or more things
- তুলনামূলকভাৱেtu.lo.na.mu.lok.bha.beAdverb
দুটা বিষয়ৰ তুলনাৰ জড়িয়তে আগবঢ়োৱা মন্তব্য বিষয়ক ৷
in a relative manner; by comparison to something else.
- তুলাtulāNoun
সপ্তম ৰাশি
Libra; the seventh sign of the zodiac
- তুলাধুনা দেtu.la.dhu.na deVerb-Trans.
বেয়াকে গালি পাৰ্ বা কঠোৰ ভাষাৰে গৰিহণা দে
to reprimand or berate harshly
- তুলি ধৰ্tuli, dharTransitive verb
দাঙি ধৰ্; সমৰ্থন কৰ্
to raise up; to support
- তুলি-তালিVerb-Trans.
to provide people or living things with food in order to make them grow and keep them healthy
- তুলি-তালি ডাঙৰ-দীঘল কৰ্tu.li-ta.li da.ngor-di.ghol korVerb-Trans.
যত্ন ল আৰু শিকাই-বুজাই ডাঙৰ কৰ্
to care for and train (a child)
- তুষাৰপাতtu.xar.patVerbal Noun
চেঁচা ঠাইত বতাহত ভাহি থকা হিমকণা ভূপৃষ্ঠত পৰা কাৰ্য্য।
Precipitation falling from clouds in the form of ice crystals.
- তুষাৰাবৃতtu.xa.ra.bri.toVerbal Adj.
বৰফেৰে ঢাক খোৱা বা বৰফে ঢাকি ধৰা
Covered with or having frost.
- তুষ্tuṣTransitive verb
সন্তোষ দি; সন্ত্তষ্ট কৰ্
to please; to satisfy
- তুৰিতেturiteAdverb
শীঘ্ৰে; যেনে-"শ্ৰীৰাম সন্তাপে দগধ ভৈলা চিত। মন উতপাত কৰে তুৰিতে দেখিত" (মা. ক., অযোধ্যাকাণ্ড)।
- তুৰিমুৰিtu.ri-mu.riVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- তূতুৱাtu.tu.waVerb-Trans.
লোভ দেখুৱাই বাৰে-বাৰে বঞ্চিত কৰ্ বা আশা দি নিৰাশা কৰ্
to tease by arousing expectations that are repeatedly disappointed
- তৃতীয়তেtri.ti.yo.teAdverb
তৃতীয় স্থানত অহা বা থকা ৷
Appearing in the third position or place.
- তৃষাtri.xaVerb-Intran.
পানী খোৱাৰ হেঁপাহ
the need of consuming water
- তৃষাতুনtri.xa.tunVerb-Intran.
পানী খোৱাৰ হেঁপাহ
the need of consuming water
- তৃষ্ণাtris.naVerb-Intran.
পানী খোৱাৰ হেঁপাহ
the need of consuming water