তুলা
tulā
অৰ্থ
1.
সপ্তম ৰাশি
Libra; the seventh sign of the zodiac
বি.
2.
গুটি নথকা কপাহ
cleaned or ginned cotton
বি.
3.
শিমলু গছত হোবা কপাহ
silk cotton
বি.
4.
পাতল আৰু মিহিকৈ ফাল্ বা ছিৰ্; . কৱদ
to split into small thin strips, as bamboo, etc.
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ