কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভিন-ভিনbhin-bhinProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- ভিন্নbhinnaAdjective
"ভিন"।
- ভিন্নসুৰীbhin.no.xu.riProper Adj.
বিভিন্ন সুৰেৰে সমৃদ্ধ, যেনেঃ ভিন্নসুৰী গীত-মাতৰ অনুষ্ঠান।
with a mixture of diverse tunes.
- ভিন্নস্বাদৰProper Adj.
আন কোনো সোৱাদ বা পছণ্ডৰ
of different taste or flavor
- ভিৰালbhirālaAdjective
গধুৰ
heavy
- ভিৰীয়াbhirīẏāAdjective
ভিৰ খোবা; ভাঁজ লোবা (প্ৰায় আন বিশেষ্য-শব্দৰ পাছত যোগ হয়); যেনে-"ধেনুভিৰীয়া"
having a bend; curved
- ভীতbhītaAdjective
ত্ৰস্ত; ভয় খোবা
afraid; terrified
- ভীতি-জনকbhi.ti.jo.nokProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভীতিকৰbhi.ti.korProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভীতিগ্ৰস্তbhi.ti.gros.toProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- ভীতিপ্ৰদbhi.ti.pro.doProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- ভীতুbhi.tuProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- ভীমbhīmaNoun
দ্বিতীয় পাণ্ডব; যুধিষ্ঠিৰৰ ভায়েক
the second Pāndava prince
- ভীমকায়bhim.kayProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- ভীমদলৌbhīmadalauAdjective
উখহি ডাঙৰ হোবা
much swollen
- ভীম্বাকাৰbhim.ba.karProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- ভীষণbhīṣaṇaAdjective
ভয়ানক; ভয়ঙ্কৰ
terrible
- ভীৰুbhīruAdjective
ভয়াতুৰ
timid
- ভুকীয়াbhukīẏāAdjective
ভোকাল; ভোক লগা; ক্ষুধিত
hungry
- ভুক্তbhuktaAdjective
খোবা; ভোজন কৰা
eaten; eatable