← ফুৰি যাওক

ভীম

bhīma

অৰ্থ

1.

দ্বিতীয় পাণ্ডব; যুধিষ্ঠিৰৰ ভায়েক

the second Pāndava prince

বি.

2.

ভয়-লগোবা; ভয়ানক; ডাঙৰ

fearful; terrible

বিণ.

3.

কপাহ আৰু কুঁহিয়াৰ পেৰা শালৰ ঘূৰণীয়া গোটা আৰু ঘূৰি থকা অংশ; পাকৰা

the rollers of a cotton or sugar-cane pressing mill

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভীম · অসমীয়া অভিধান