কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহিৰ্গতbahirgataAdjective
বাহিৰ হোবা; বাহিৰে বা বাজত থকা
gone out; outside
- বহিৰ্গামীbo.hir.ga.miVerbal Adj.
বাহিৰলৈ গতি কৰা বা বাজ হোৱা
coming or going out
- বহিৰ্ভূতbahirbhūtaAdjective
বাহিৰ কৰা; সঙ্গ বা সমাজৰপৰা দূৰ কৰা
expelled
- বহিৰ্মুখbahirmukhaAdjective
বাহিৰলৈ মুখ কৰা; ধন- বস্ত্তলৈ আসক্তি কৰা; বিষয়ী; অসাৰ বা পাৰ্থিব বস্ত্তৰ সোবাদ লোবা
bent on worldly pleasures
- বহিৰ্মুখাbahirmukhāAdjective
বাহিৰলৈ মুখ কৰা; ধন- বস্ত্তলৈ আসক্তি কৰা; বিষয়ী; অসাৰ বা পাৰ্থিব বস্ত্তৰ সোবাদ লোবা
bent on worldly pleasures
- বহিৰ্মুখীbahirmukhīAdjective
বাহিৰলৈ মুখ কৰা; ধন- বস্ত্তলৈ আসক্তি কৰা; বিষয়ী; অসাৰ বা পাৰ্থিব বস্ত্তৰ সোবাদ লোবা
bent on worldly pleasures
- বহিৰ্স্থbo.hi.ros.thoProper Adj.
বাহিৰত থকা
staying not within the bound of
- বহুbahuAdjective
অনেক; অধিক; সৰহ; বিস্তৰ
many; much
- বহু-কলীয়াbo.hu-ko.li.yaProper Adj.
পুৰণি কালৰ, আধুনিক যুগত অপ্ৰয়োজনীয় ৷
Old and out of fashion
- বহু-বক্তাbo.hu-bok.taProper Adj.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
- বহু-বিভাগীয়bo.hu-bi.bha.gi.yoProper Adj.
১) দুই বা ততোধিক শৈক্ষিক বিষয় বা বৃত্তিগত বিভাগ জড়িত থকা পৰিস্থিতি/পন্থা ইত্যাদি৷২) কোনো এটা বিষয় বা সমস্যাৰ নিস্পত্তিৰ উদ্দেশ্যে লোৱা পন্থা যʼত দুই বা ততোধিক শৈক্ষিক বিষয় বা বৃত্তিগত বিভাগৰ সন্মিলিত প্ৰচেষ্টা জড়িত থাকে৷
Combining or involving several academic disciplines or professional specializations in an approach to a topic or problem.
- বহুঅৰ্থবাহীProper Adj.
এটা শব্দৰ দুটা বা তাতোধিক সুকীয়া অৰ্থ থকা
the association of one word with two or more distinct meanings.
- বহুকোষীbo.hu.ko`.xiProper Adj.
বহু কোষেৰে গঠিত
composed of several or many cells
- বহুখলপীয়াbo.hu.kho.lo.pi.yaProper Adj.
খলপা-খলপিকৈ সজা, অৰ্থাত্ অনেক খলপ বা মহল থকা (ঘৰ)।
(of a building) having several or many stories.
- বহুচলকীয়Proper Adj.
এটাতকৈ অধিক চলকযুক্ত
having more than one variate or variable
- বহুজাতিকbo.hu.ja.tikAdjective Adj.
দুখন বা ততোধিক দেশত বিস্তৃত কৰ্মপৰিসৰ ৷
Having operations, subsidiaries, or investments in more than two countries
- বহুতAdjective
বহু
much; many
- বহুতোbo’.hu.to’Proper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- বহুতৰAdjective
বিস্তৰ
much; more
- বহুদৰ্শীAdjective
বহু দূৰ বুজিব পৰা; বহুত দেখি- শুনি জ্ঞান পোবা
experienced; practically wise