← ফুৰি যাওক

বহিৰ্মুখা

bahirmukhā

অৰ্থ

1.

বাহিৰলৈ মুখ কৰা; ধন- বস্ত্তলৈ আসক্তি কৰা; বিষয়ী; অসাৰ বা পাৰ্থিব বস্ত্তৰ সোবাদ লোবা

bent on worldly pleasures

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহিৰ্মুখা · অসমীয়া অভিধান