কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পাগৰ বাহিৰAdjective
বিধূতি; ছুব নোবৰা
having monthly course
- পাচ-বলীAdjective
যাৰ গাৰ পাছৰছোবা শকত (বলদ)।
- পাচকpācakaNoun
ৰান্ধনি; ৰন্ধা মানুহ
a cook
- পাচক-পিত্তAdjective
আহাৰ জীণ নিওবা পেটত থকা ৰস
gastric juice
- পাচতীয়াpācatīẏāAdjective
পাছত বা শেহত হোবা, কৰা বা জন্মা, শেহতীয়া
born, produced or cultivated last of all; late
- পাচমুবাpācamubāAdjective
পাছৰ ফালে মুখ কৰা; . বিপৰীত আগমুবা।
falling towards the back side
- পাচমুৱাpas.mu.waProper Adj.
পাছলৈ মুখ কৰা বা পাছফাললৈ গতি কৰা।
moving or looking in the direction that is behind you.
- পাছমুবাpāchamubāAdjective
পাছৰ ফালে মুখ কৰা; . বিপৰীত আগমুবা।
falling towards the back side
- পাছমুৱাpas.mu.waProper Adj.
পাছলৈ মুখ কৰা বা পাছফাললৈ গতি কৰা।
moving or looking in the direction that is behind you.
- পাছৰpa.sorProper Adj.
কোনো নিৰ্দ্দিষ্ট সময়ৰ পাছত অহা বা থকা
coming or existing after or later in time
- পাজিpājiAdjective
দুষ্ট।
- পাঞ্চভৌতিকpāñcabhautikaAdjective
পঞ্চভূত সম্পৰ্কীয়; পঞ্চভূতৰ দ্বাৰা গঠিত।
- পাটী-নোপোবাpāṭī-nopobāAdjective
আজীবন বিয়া নোহোবা
remaining unmarried
- পাটী-মূতুৰাpāṭī-mūturāNoun
টোপনিত ঢাৰি-পাটীত মূতা মানুহ
a man passing urine while asleep
- পাঠ্যpāṭhyaAdjective
পঢ়িব লগা; পঢ়িবলৈ নিৰ্দ্ধাৰিত কৰি দিয়া (কিতাপ)
fit to be read; prescribed as a text-book
- পাঠ্যক্ৰম-বহিৰ্ভূতAdjective
বিদ্যালয় বা মহাবিদ্যালয়ৰ নিয়মীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নথকা (বিষয় বা কাম)
(of activities or subjects) not part of the usual school or college curriculum
- পাঠ্য়কেন্দ্ৰীকProper Adj.
কোনো পাঠ বা গ্ৰন্থৰ সৈতে জড়িত৷
relating to a text or texts.
- পাণিনীয়pāṇinīẏaAdjective
পাণিনি মুনিয়ে কৰা
composed or done by the sage Pāṇinī
- পাণ্ডবীAdjective
পাণ্ডবৰ
belonging or relating to Pāṇḍavas
- পাণ্ডুবৰ্ণpan.do.bor.naAdjective Adj.
বেমাৰত শেঁতা পৰা
of a sickly, yellowish color