← ফুৰি যাওক

পাটী-মূতুৰা

pāṭī-mūturā

অৰ্থ

1.

টোপনিত ঢাৰি-পাটীত মূতা মানুহ

a man passing urine while asleep

বি.

2.

বটীয়া মাছৰ গঢ়েৰে কিন্ত্ত তাতকৈ অলপ দীঘল ডাঙৰ এবিধ মাছ

a kind of small fish of the eel family

বি.

3.

শুই থাকোঁতে শয্যাত মূতা

passing urine while asleep

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ