কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিঃসত্ত্বniḥsattbaAdjective
অসাৰ, প্ৰাণহীন।
- নিঃসন্ততিniḥsantatiAdjective
সন্তান নথকা; নিৰ্ব্বংশ।
- নিঃসন্তানniḥsantānaAdjective
সন্তান নথকা; নিৰ্ব্বংশ।
- নিঃসন্দেহniḥsandehaAdjective
সংশয়হীন; নিশ্চিত।
- নিঃসম্পৰ্কniḥsamparkaAdjective
সম্পৰ্কহীন; আত্মীয়তাশূন্য।
- নিঃসম্বলniḥsambalaAdjective
নিঃস্ব; একো-নোহোবা।
- নিঃসহায়niḥsahāẏaAdjective
সহায়হীন; অসহায়।
- নিঃসীমnih.ximProper Adj.
যাৰ পৰিধিৰ কোনো সীমা নাই
Something that does not have any limit in range or scope.
- নিঃসৃতnih.xri.toAdjective Adj.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
- নিঃস্পৱহniḥspawahaAdjective
বাসনাশূন্য।
- নিঃস্বnih.swoProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- নিঃস্বাৰ্থnih.swar.thoProper Adj.
ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
disinterested, having no interest in reward or outcome
- নিঃসৰণীয়nih.xo.ro.ni.yoVerbal Adj.
নিঃসৰণ অৰ্থাৎ কোনো দ্ৰব্য বাহিৰ কৰা বা বাহিৰলৈ এৰি দিয়া কাৰ্য্য বা প্ৰক্ৰিয়াৰ সৈতে জড়িত
relating to or performing secretion, i.e. the act or process of separating, elaborating, and releasing a substance
- নিউক্লীয়niu.kli.yoProper Adj.
নিউক্লিয়াছ বা কেন্দ্ৰৰ, কেন্দ্ৰ সম্বন্ধীয় বা কেন্দ্ৰ গঠনকাৰী
of, pertaining to, or forming a nucleus
- নিকটকটীয়াnikaṭakaṭīẏāAdjective
টানকৈ বন্ধা; লৰ-চৰ নকৰাকৈ খাই ধৰা
fastened tightly; fitting closely
- নিকটবৰ্তীnikaṭabartīAdjective
ওচৰত থকা; সমীপৰ
neighbouring
- নিকটলবাnikaṭalabāAdjective
ৰাজহ নলগোবা; ৰাজহ দিব নলগা
free from tax
- নিকটলুৱাni.ko.to.lu.waProper Adj.
ৰাজহ নলগোৱা
not having to pay tax
- নিকটস্হnikaṭashaAdjective
ওচৰত থকা।
- নিকটৰীয়াnikaṭarīẏāAdjective
কটাৰী নথকা
having no knife