কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধ্বনিতAdjective
ধ্বনি বা গাজনিৰে ভৰা
resounded
- ধ্বনিমূলকdwo.ni.mu.lokProper Adj.
কোনো ধ্বনি বা স্বৰৰ সৈতে সঙ্গতি থকা শব্দ সম্বন্ধীয় |
The naming of a thing or action by a vocal imitation of the sound associated with it (as buzz, hiss)
- ধ্বনিহীনdhwo.ni.hinProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- ধ্বন্যাত্মকdhbanyātmakaAdjective
শব্দৰ অনুকাৰমূলক; ধ্বনিমূলক
onomatopoetic
- ধ্বস্তAdjective
কাটি মাৰি নষ্ট কৰা; উচ্ছন্ন
destroyed; laid waste
- ধ্যাতব্যdhya.to.byoProper Adj.
কল্পনা কৰিব পৰা, ভাৱিব পৰা
possible to imagine; something that can be imagined
- ধ্যানগম্যdhyan.go.myoProper Adj.
ধ্যানেৰে যাক পাব পাৰি বা জানিব পাৰি৷
attainable by meditation or contemplation.
- ধ্যানমগ্নdhyānamagnaAdjective
সমাহিত; ধ্যানস্হ
absorbed in meditation
- ধ্যানযোগ্যdhyan.jo`.gyoVerbal Adj.
ধ্যান বা জপ কৰাৰ যোগ্য
fit to be meditated upon
- ধ্যানস্থdhya.nos.thoProper Adj.
ধ্যান কৰি কৰি বাহ্যজ্ঞান যাৰ লুপ্ত হৈছে৷
engrossed in meditation.
- ধ্যানস্হdhyānashaAdjective
ধ্যানত ৰত; চিন্তামগ্ন
abosorbed in meditation; lost in thought
- ধ্যানৰতdhyan.no.rotProper Adj.
ধ্যান কৰি কৰি বাহ্যজ্ঞান যাৰ লুপ্ত হৈছে৷
engrossed in meditation.
- ধ্যায়মানdhyāẏamānaAdjective
যাক ধ্যান কৰা হয়
one who is meditated upon
- ধ্যেয়dhyeẏaAdjective
যাক ধ্যান কৰা হয়
one who is meditated upon
- ধ্ৰুপদীdhrupadīAdjective
শাস্ত্ৰীয় বা উচ্চ পৰ্যায়ৰ
classical
- ধ্ৰুবdhrubaNoun
আকাশৰ উত্তৰ কেন্দ্ৰত থকা এটা স্হিৰ তৰা
the polar star represented in the Hindu mythology
- ধ্ৰুৱdhru.boProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- ধয়ালdhoyalProper Adj.
যাৰে-তাৰে লগত হলিগলি কৰা বা একাধিক ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক কৰা।
characterized by or involving indiscriminate mingling or association, esp. having sexual relations with a number of partners on a casual basis.
- ধৰমীdharamīAdjective
সন্ত; সাধু; ধৰ্ম্মত চলা; ন্যায়ত চলা; পৰোপকাৰী
virtuous; righteous; honest; philanthropic
- ধৰা-ধৰিকৈdho.ra-dho.ri.koiVerbal Adj.
একেটা কামতে অনেকজনে ধৰি বা হাত লগাই পৰস্পৰে সহায়কৈ কৰা ৷
to do any work by helping each other.