কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জহৰীয়াjaharīẏāAdjective
গহৰা গজা
self-growing
- জাঁটলীjām̐ṭalīAdjective
জঁটলা শব্দৰ স্ত্ৰীলিঙ্গ।
- জাঁথনীয়াjām̐thanīẏāAdjective
আঁঠু তল নোযোবা (পানী)
not quite up to the knee (said of water)
- জাং-থোবাjām-thobāAdjective
আঁঠু তল নোযোবা (পানী)
not quite up to the knee (said of water)
- জাংদীঘলjāndīghalaAdjective
শকত-আঘাত
stout and strong
- জাউতিযুগীয়াja.u.ti.ju.gi.yaProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- জাউৰিয়ে-জাউৰিয়েjau.ri.ye-jau.ri.yeProper Adj.
একেলগে বহুজনে মৰা (হাত-চাপৰি)
together in large numbers (as for applause)
- জাকজমকjak.jo.mokAdjective Adj.
উজ্জল পোহৰ আৰু ৰঙ বিশিষ্ট
characterized by spendid light and colour
- জাকজমকীয়াjak.jo.mo.ki.yaProper Adj.
জিলিকি থকা
Shining and flashing with light.
- জাকত-জিলিকাja.kot.ji.li.kaProper Adj.
সোণৰ দৰে বহুমূলীয়া, উত্তম।
something valuable, special or wonderful.
- জাকতীয়াjākatīẏāAdjective
বহুতে একে লগে থকা; যেনে -"জাকতীয়া ঘৰ"
living together; joint
- জাকি মৰাAdjective; Adverb
জাকি মাৰি।
- জাকুবাjākubāAdjective
জাকৰুবা।
- জাকৈয়াjākaiẏāAdjective
জাকৈৰে মাছ ধৰা (মানুহ)
fishing with the above
- জাক্-জমকীয়াjak-jo.mo.ki.yaProper Adj.
অতি ৰং-চঙীয়া, জিক-মিক পোহৰ থকা৷
related to brilliant or gorgeous appearance; displaying of imposing pomp or grandeur
- জাকৰুবাjākarubāAdjective
সৰহীয়া; জাক পাতি থকা
living in a flock; containing a large number
- জাকৰুৱাja.ko.ru.waProper Adj.
বহুতো মানুহ একেলগে থকা৷
consisting of a large number.
- জাগতিকja.go.tikProper Adj.
আমোদজনক নোহোৱা; ক্ষুদ্ৰ, তুচ্ছ বৈষয়িক কাম
worldly; not interesting or exciting, dull
- জাগনjāganaAdjective
নেৰা-নেপেৰা বৰষুণ দি থকা (দিন)
raining incessantly for many days
- জাগন্তja.gon.toProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep