কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কমল-পতীয়াAdjective
কলপতীয়া সেউজীয়া, যেনে-"ৰঙা, বগা, কমলপতীয়া মাজে কলায়াজি দিয়া
- কমল-লোচনAdjective
পদুমৰ দৰে শুবনী চকু থকা
lotus-eyed
- কমললোচনko.mProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- কমেওko.meo`Adjective Adj.
অতি কমকৈ হ’লেও ৷
at the lowest estimate or figure.
- কম্টিkamṭiAdjective
পৰিমাণ বা সংখ্যাত তাকৰ; ন্যূন
less; fewer
- কম্পনহীনkom.pan.hinProper Adj.
অত্যধিক অস্থিৰতা নোহোৱা বা উত্থান-পতন নোহোৱা।
without too much disturbance or ups and downs.
- কম্পমানAdjective
কঁপা; লৰা; অস্হিৰ
shaking; trembling
- কলগছীয়াkalagachīẏāAdjective
কলাগছীয়া।
- কলঙ্কযুক্তko.long.ko.juk.toVerbal Adj.
দুৰ্ণাম বা কুখ্যাতি থকা
having bad reputation
- কলঙ্কশূন্যko.long.ko.xu.nyoProper Adj.
কোনো কলঙ্ক অথবা দাগ নথকা।
Free from stain or blemish.
- কলঙ্কিতAdjective
দুৰ্যশ-যুক্ত; দূষিত; দুৰ্নাম-লগোবা; কলঙ্কী
disgraced; stained
- কলঙ্কিনীko.long.ki.niVerbal Adj.
দুৰ্ণাম বা কুখ্যাতি থকা
having bad reputation
- কলঙ্কীAdjective
কলঙ্ক থকা; কুখ্যাতি-যুক্ত
stained; polluted
- কলডিলীয়াAdjective
কল-ডিলৰ আকৱতিৰ
heart-shaped
- কলপতীয়াkalapatīẏāAdjective
কল-গছৰ পাতৰ বৰণৰ; সেউজীয়া
green
- কলমটিওৱাkol.mo.tiu.waProper Adj.
প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷
almost asleep; making somebody feel tired/sleepy
- কলস্বনাko.lo.swo.naProper Adj.
যিটো শুনিবলৈ মধুৰ
Sweet sounding or producing melody; something which is pleasant to hear.
- কলহপ্ৰিয়ko.loh.pri.yoProper Adj.
আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷
one who frequently fight or argue with others
- কলহীয়াAdjective
কলহৰ নিচিনা
like a water pot
- কলহৰ কানে ঢলাko.lo.hor ka.ne dho.laProper Adj.
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
refers to a high intensity non-stop shower or rain.