← ফুৰি যাওক

কলমটিওৱা

kol.mo.tiu.wa

অৰ্থ

1.

প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷

almost asleep; making somebody feel tired/sleepy

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলমটিওৱা · অসমীয়া অভিধান