কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নৰ্মাল স্কুলnor.mal skulCommon Noun
পঢ়াশালিৰ শিক্ষকক প্ৰশিক্ষণ দিয়া বিদ্যালয়।
a school where school-teachers are trained.
- নৰ্ম্মাল স্কুলnor.mal skulCommon Noun
পঢ়াশালিৰ শিক্ষকক প্ৰশিক্ষণ দিয়া বিদ্যালয়।
a school where school-teachers are trained.
- নৰ্ম্মাল স্কুল, নৰ্মাল স্কুলnarmmāla, skula, narmāla, skulaNoun
পঢ়াশালিৰ গুৰু বা শিক্ষক- সকলক শিক্ষা দিয়া স্কুল
Normal School
- নৰৱেnor.weProper Noun
ইউৰোপ মহাদেশৰ এখন দেশ৷
Norway, officially the Kingdom of Norway, is a Scandinavian unitary constitutional monarchy whose territory comprises the western portion of the Scandinavian Peninsula, Jan Mayen and the Arctic archipelago of Svalbard.
- নৱ প্ৰজন্মno.bo pro.jon.moCommon Noun
বৰ্ত্তমান সময়ত নতুনকৈ ডাঙৰ-দীঘল হৈ বাঢ়ি অহা মানুহৰ সমষ্টি
Group of human being in the line of present time who are newly growing.
- নৱ-জাগৰণno.wo-ja.go.ronAbstract Noun
কলা-সংস্কৃতি আৰু সাহিত্যৰ পুনৰুদ্ধাৰ
Revival of art and literature
- নৱ-দাদাবাদno.wo-da.da.badAbstract Noun
১৯৬০ দশকৰ পৰা দাদাবাদক নতুন ৰূপ দিব খোজামূলতঃ পশ্চিমত আৰম্ভ হোলা কলাৰ এটা ধাৰা৷
A movement with audio, visual and literary manifestations that had similarities in method or intent with earlier Dada artwork. In the United States the term was popularized by Barbara Rose in the 1960s and refers primarily, although not exclusively, to work created in that and the preceding decade. There was also an international dimension to the movement, particularly in Japan and in Europe, serving as the foundation of Fluxus, Pop Art and Nouveau réalisme.
- নৱ-পৰিণীতno.bo-po.ri.ni.toCommon Noun
নতুনকৈ বা অলপতে বিয়া কৰোৱা ব্যক্তি।
a person recently married.
- নৱকান্তProper Noun
এগৰাকী প্ৰখ্যাত অসমীয়া লিখক আৰু কবি। তেখেতৰ এক বিখ্যাত ছদ্মনাম আছিল 'এখুদ ককাইদেউ'।
A prominent Assamese novelist and a poet. Full name is Nabakanta Boruah. One of his famous pseudonym is `Ekhud Kokaideu`
- নৱকান্ত বৰুৱাProper Noun
এগৰাকী প্ৰখ্যাত অসমীয়া লিখক আৰু কবি। তেখেতৰ এক বিখ্যাত ছদ্মনাম আছিল 'এখুদ ককাইদেউ'।
A prominent Assamese novelist and a poet. Full name is Nabakanta Boruah. One of his famous pseudonym is `Ekhud Kokaideu`
- নৱকোষৰকCommon Noun
অবিভাজিত কোষ, যিবোৰ বিশেষকৈ প্লেনেৰিয়ান কৃমিত পোৱা যায়
non-differentiated cells found in certain worms, especially in planarian worms
- নৱগ্ৰহno.bo.gro.hoProper Noun
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ৷ ইয়াত সূৰ্য্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে৷ ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ’ল- সূৰ্য্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ৷ মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়৷ এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয়৷
A Temple located near Guwahati in Assam.. As per the description of The KALIKA PURANA, Lord Brahma created planets and other heavenly bodies from this site.The temple with the images of the nine planets (Nabagraha) is believed to be an ancient seat of study of asstrology and astronomy. Ahom King Rajeswar Singha constructed the existing temple in 1752AD.
- নৱগ্ৰহ দেৱালয়no.wo.gro.ho de.wa.loyProper Noun

- নৱগ্ৰহ পাহাৰno.wo.groh pa.harProper Noun
গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
A hill in Guwahati city where Navagraha Mandir is situated.
- নৱগ্ৰহ মন্দিৰno.bo.groh mon.dirProper Noun
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ৷ ইয়াত সূৰ্য্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে৷ ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ’ল- সূৰ্য্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ৷ মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়৷ এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয়৷
A Temple located near Guwahati in Assam.. As per the description of The KALIKA PURANA, Lord Brahma created planets and other heavenly bodies from this site.The temple with the images of the nine planets (Nabagraha) is believed to be an ancient seat of study of asstrology and astronomy. Ahom King Rajeswar Singha constructed the existing temple in 1752AD.
- নৱতিno.bo.tiAbstract Noun
ন’ আৰু দহৰ পূৰণফল বুজোৱা সংখ্যাটো - ৯০ ৷
The cardinal number that is the product of ten and nine - 90.
- নৱতিতমno.bo.ti.tomAbstract Noun
ন’ আৰু দহৰ পূৰণফল বুজোৱা সংখ্যাটো - ৯০ ৷
The cardinal number that is the product of ten and nine - 90.
- নৱত্বno.bo.twoAbstract Noun
নতুন বা অনন্য হোৱা গুণ বা অৱস্থা
state or quality of being novel, new or unique
- নৱত্যnawatyaNoun
নাচ; নচা কাৰ্য্য
a dance
- নৱদ্বাৰno.bo.dwarMaterial Noun
শৰীৰৰ ন-খন দ্বাৰ বা বাট; যেনে-দুটা চকু, দুখন কাণ, নাকৰ বিন্ধা দুটা, মুখ, গুহ্য আৰু লিঙ্গ বা যোনি
the nine orifices (inlets or outlets) of the body, i.e. two each of eyes, ears, nostrils, one each of mouth, anus and penis or vagina