নৱগ্ৰহ দেৱালয়
no.wo.gro.ho de.wa.loy
অৰ্থ
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ৷ ইয়াত সূৰ্য্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে৷ ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ’ল- সূৰ্য্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ৷ মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়৷ এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয়৷
A Temple located near Guwahati in Assam.. As per the description of The KALIKA PURANA, Lord Brahma created planets and other heavenly bodies from this site.The temple with the images of the nine planets (Nabagraha) is believed to be an ancient seat of study of asstrology and astronomy. Ahom King Rajeswar Singha constructed the existing temple in 1752AD.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ